দেশ

নিমখীয়া ভুজিয়াৰ পেকেটত ২০০ কেজি ড্ৰাগছ! আনুমানিক মূল্য প্ৰায় ২ হাজাৰ কোটি টকা

বৃহস্পতিবাৰে দিল্লী আৰক্ষীৰ বিশেষ কোষে জব্দ কৰিছে প্ৰায় ২০০০ কোটি টকা মূল্যৰ কোকেইন। জব্দ কৰা ড্ৰাগছখিনিৰ ওজন ২০০ কিলোগ্ৰাম। আৰক্ষীয়ে...

Read moreDetails

পঞ্চভূত বিলীন হ’ল ৰতন টাটা : ৰাজ্যিক মৰ্যাদাৰে পাৰ্ছী ৰীতি-নীতি অনুসৰি সম্পন্ন হ’ল অন্ত্যেষ্টিক্ৰিয়া

বুধবাৰে মুম্বাইৰ ব্ৰিচ কেণ্ডি হাস্পতালত মৃত্যু হয় ৮৬ বছৰীয়া উদ্যোগপতি তথা টাটা গ্ৰুপৰ চেয়াৰমেন ৰতন নাভাল টাটাৰ। মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যিক...

Read moreDetails

আছিয়ান-ভাৰত সন্মিলনত অংশগ্ৰহণৰ বাবে লাওছলৈ প্ৰধানমন্ত্ৰী মোদী; ‘এক্ট-ইষ্ট’ নীতিৰ ওপৰত গুৰুত্ব চৰকাৰৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৃহস্পতিবাৰে লাওছ ভ্ৰমণলৈ গৈ আছে। তাত তেওঁ ২১ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও মোদীয়ে বিভিন্ন...

Read moreDetails

পুনৰ ভাৰতত ১০ জন পাক নাগৰিকক আটক! ভুৱা পৰিচয় লৈ জীৱন নিৰ্বাহ কৰা পাকিস্তানীৰ গ্ৰেপ্তাৰৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি

বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ আৰু ১০ জন পাকিস্তানী নাগৰিক। গ্ৰেপ্তাৰৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি। এই কথা বুধবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। ধৃতসকলৰ...

Read moreDetails

দৃষ্টিশক্তি হেৰুৱায়ো পৰাজিত নোহোৱা এগৰাকী মহিলা! ইউটিউবত ৰন্ধন চেনেল খুলি লাখ লাখ মানুহৰ হৃদয় জয়

ইচ্ছাশক্তি আৰু মনৰ শক্তিৰে একোকে বাধা দিব নোৱাৰি।এই কথা সত্য প্ৰমাণ কৰি আছে বাংগালুৰুৰ এগৰাকী মহিলাই।নাম তেওঁৰ ভূমিকা৷ তেওঁৰ হঠাৎ...

Read moreDetails

ৰতন টাটাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জাৰ্মানীৰ সংগীতানুষ্ঠান স্তব্ধ কৰিলে গায়ক দিলজিৎ দোছাঞ্জে

দিলজিৎ দোছাঞ্জ বৰ্তমান দিল-লুমিনাটি বিশ্ব ভ্ৰমণৰ মাজভাগত ইউৰোপত আছে। শেহতীয়াকৈ ব্ৰিটেইনত কণ্ঠদান কৰা কণ্ঠশিল্পীগৰাকী এতিয়া জাৰ্মানীত আছে, য’ত ভাৰতীয় উদ্যোগপতি...

Read moreDetails

আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হ’ব ৰতন টাটাৰ! ঘোষণা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ

বুধবাৰে নিশা দেশৰ আগশাৰীৰ উদ্যোগী ৰতন টাটাৰ মৃত্যু হয়। টাটা গ্ৰুপৰ মুৰব্বীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিবলৈ টুইটাৰত যোগদান কৰে...

Read moreDetails

দিল্লীত ছিৰিয়াৰ শৰণাৰ্থী আৰু ১১ মহীয়া শিশুক লক্ষ্য কৰি এচিড আক্ৰমণ!

পশ্চিম দিল্লীত এজন ছিৰিয়াৰ শৰণাৰ্থী আৰু তেওঁৰ ১১ মহীয়া পুত্ৰক এচিডেৰে আক্ৰমণ কৰা বুলি অভিযোগ উঠিছে। ৰাফাত নামৰ যুৱকজন আৰু...

Read moreDetails

প্ৰখ্যাত উদ্যোগপতি ৰতন টাটা মহাপ্ৰয়াণ! ‘অসম বৈভৱ’জনৰ মৃত্যুত দেশজুৰি শোকৰ ছাঁ

ঘূৰি নহাৰ বাটেৰে গ’লগৈ টাটা গ্ৰুপৰ সৰ্বেসৰ্বা ৰতন টাটা। বুধবাৰে নিশা টাটাৰ মৃত্যু হয়। উদ্যোগীগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিবলৈ...

Read moreDetails

বিশেষ ক্ষমতা ব্যৱহাৰ কৰি ৫ জন বিধায়ক মনোনীত! কাশ্মীৰ চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগৰ পৰিকল্পনা বিজেপিৰ

৩৭০ নং অনুচ্চেদ বাতিল কৰা হৈছে। বেলট বাকচত বিজেপিৰ এই পদক্ষেপে বিশেষ কাম কৰা নাছিল, ফলাফলৰ দ্বাৰা এই কথা প্ৰমাণিত।...

Read moreDetails
Page 836 of 1841 1 … 835 836 837 … 1,841

Stay Connected

Recent News