দেশ

‘জাতিৰ ভিত্তিত বৈষম্য অসাংবিধানিক’- কাৰাগাৰত কাম বিতৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক সিদ্ধান্ত

কাৰাগাৰৰ ভিতৰত কোনো জাতিবাদ সহ্য কৰা নহ’ব।ইয়ে সমাজত বিভাজন বৃদ্ধি কৰিব। উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিলে এই ঐতিহাসিক সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ৰ...

Read moreDetails

ভগৱানে ইজৰাইলক সকলো নছৰুল্লাহক ধ্বংস কৰাৰ শক্তি দিয়ক- হাৰিয়ানাত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্মৰ যিকোনো বস্তু দেশৰ ৰাজনীতিত টানি নিয়াৰ বাবে বিজেপিত ডাঙৰ নাম অৰ্জন কৰিছে। বৃহস্পতিবাৰে...

Read moreDetails

বসুন্ধৰা ৰাজে হ’ব নেকি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি? চিন্তাত মোদী-শ্বাহ

বিজেপিৰ কেন্দ্ৰীয় সংগঠনত শেহতীয়াকৈ সালসলনিৰ ইংগিত পোৱা গৈছে। দুবাৰকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা বসুন্ধৰা ৰাজে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ’ব...

Read moreDetails

সদগুৰুৰ ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে তামিলনাডুৰ কইম্বাটুৰত আধ্যাত্মিক গুৰু সদগুৰু জগ্গী বাসুদেৱৰ ঈশা ফাউণ্ডেশ্যনৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ অনুমতি দিয়া মাদ্ৰাজ উচ্চ...

Read moreDetails

আৰ্থিক দুৰ্নীতিৰ অভিযোগত পুনৰ বিপদত আজহাৰুদ্দিন; প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক তলব ইডিৰ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনৰ বিৰুদ্ধে পুনৰ আৰ্থিক দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে। হায়দৰাবাদ ক্ৰিকেট সন্থাৰ বিত্তীয় জালিয়াতিৰ গোচৰতো...

Read moreDetails

দিল্লীৰ হাস্পতালত প্ৰেছক্ৰিপচন বিচাৰি গৈ চেম্বাৰৰ ভিতৰতে চিকিৎসকক গুলীয়াই হত্যা দুই নাবালকৰ

হস্পিতালত সোমাই  চিকিৎসকক গুলীয়াই হত্যা! বুধবাৰে মাজনিশা ৰাজধানী দিল্লীত সংঘটিত এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি...

Read moreDetails

মধ্যাহ্ন ভোজন খাই অসুস্থ ৪৫ জন শিক্ষাৰ্থী! বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু

মঙলবাৰে বিয়লি মহাৰাষ্ট্ৰৰ থানেত মধ্যাহ্ন ভোজন খাই ৪৫জন শিক্ষাৰ্থী অসুস্থ হৈ পৰে। সকলোৰে বয়স ৮-১১ বছৰৰ ভিতৰত। এই ঘটনাত বিদ্যালয়...

Read moreDetails

আদানি গোষ্ঠীক ৯ হাজাৰ বিঘা ভূমি আবন্টনৰ বিৰুদ্ধে আপৰ সংবাদমেল; জাতি-মাটি-ভেটি বিক্ৰীত লিপ্ত হৈছে বিজেপি চৰকাৰ-পুনম গগৈ

ডিমা হাছাও জিলাৰ উমৰাংছুত প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি এটাৰ পাছত আনটো চিমেন্ট কাৰখানা স্থাপনৰ বিৰুদ্ধে সৰৱ হ'ল আম আদমী পাৰ্টিৰ...

Read moreDetails

দালালৰ ফুচুলনিত পতিয়ন গ’ল প্ৰৱজিত শ্ৰমিক! খাদ্যৰ অভাৱত কৰুণ মৃত্যু

চেন্নাই ৰেল ষ্টেচনত অনাহাৰে এজন ব্যক্তিৰ মৃত্যু। তেওঁৰ নাম সমৰ খান। বয়স প্ৰায় ত্ৰিশ বছৰ। অনাহাৰে ভুগি থকা আন এজন...

Read moreDetails

অসাধাৰণ! ফটা মোজা পিন্ধি পঞ্চতাৰকাযুক্ত হোটেলত IITৰ অধ্যাপক

নতুন দিল্লীৰ এখন পঞ্চ তাৰকাযুক্ত হোটেলত অনুষ্ঠিত হোৱা অনুষ্ঠানলৈ যোৱা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই আই টি) বম্বেৰ এজন অধ্যাপকে ফটা...

Read moreDetails
Page 843 of 1842 1 … 842 843 844 … 1,842

Stay Connected

Recent News