DMCA.com Protection Status

দেশ

‘মন কী বাত’ত প্ৰধান মন্ত্ৰী মোদী : লকডাউনে সলনি কৰিছে দৃষ্টিভংগী, আৰক্ষীলৈয়ো আহিছে প্ৰশংসা

প্রধান মন্ত্রী নৰেন্দ্র মোদীয়ে আজি আকৌ এবাৰ তেওঁৰ ৰেডিঅ’ৰ কাৰ্যসূচী ‘মন কী বাত’ত দেশবাসীক সম্বোধন কৰে। প্ৰধান মন্ত্ৰী মোদীয়ে লকডাউনৰ...

Read more

জনসংখ্যা বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি ল’কডাউনৰ সময়ত ঘৰে ঘৰে কনডম বিতৰণ কৰিলে এইখন ৰাজ্যই

COVID-19ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যিসময়ত সমগ্ৰ দেশ ল’কডাউনত বন্দী হৈ আছে সেই সময়তে আন এটা বিষয় এতিয়া মানুহৰ বাবে চিন্তাৰ...

Read more

লকডাউন উলংঘা কৰি যাত্ৰা কৰা দৰা-কইনাৰ দেহত ধৰা পৰিল কৰ’না পজিটিভ; গাঁৱত হাহাকাৰ

সমগ্ৰ দেশতে লকডাউন চলি থকাৰ মাজতে এহাল দৰ-কইনাৰ কৰ’না পজিটিভ ধৰা পৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। লকডাউন চলি থকা সময়তে...

Read more

কিম জঙকলৈ ৰহস্য ঘণীভূত; চীনে উত্তৰ কোৰিয়ালৈ পঠালে চিকিৎসকৰ দল

উত্তৰ কোৰিয়াৰ একনায়ক নেতা কিম জং উনৰ স্বাস্থ্যকলৈ সৃষ্টি হোৱা ৰহস্য ক্ৰমে আৰু ঘণীভূত হৈ পৰিছে। আমেৰিকা আৰু দক্ষিণ কোৰিয়াকে...

Read more

বেংকক পাব্লিক ইউটিলিটি চাৰ্ভিচৰূপে ঘোষণা চৰকাৰৰ

ভাৰত চৰকাৰে বেংকসমূহক অহা ২১ অক্তোবৰলৈকে ছমাহৰ বাবে পাব্লিক ইউটিলিটি চাৰ্ভিচৰূপে ঘোষণা কৰিছে। কৰ’নাভাইৰাছ মহামাৰীৰ ফলত ইণ্ডাষ্ট্ৰিয়েল ডিছপিউটছ এক্তৰ অধীনত...

Read more

চিগাৰেট সেৱনে আঁতৰাই ৰাখে ক’ৰ’না ভাইৰাছ! কি কয় ফ্ৰান্সৰ গৱেষকৰ দলে?

চিগাৰেট আদি ধঁপাতজাতীয় সামগ্ৰীত থকা নিকোটিনে মানুহৰ শৰীৰক ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে, ফ্ৰান্সত হোৱা এক গৱেষনাত এই...

Read more

তিনি সপ্তাহৰ বাবে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে বলপূৰ্বক ব্যৱস্থা গ্ৰহণত বাধা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে সাংবাদিক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে তিনি সপ্তাহৰ বাবে কোনো বলপূৰ্বক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিছে।...

Read more

প্ৰধান মন্ত্ৰী মোদীয়ে মুকলি কৰিলে স্বামিত্ব যোজনা; ক’লে গাঁৱবাসীয়ে দিছে ‘দুই গজ দূৰত্বৰ’ বাৰ্তা

কৰ’না ভাইৰাছৰ আতংকৰ সময়ত চলি থকা লকডাউনৰ মাজতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজু গাঁও পঞ্চায়তৰ মুৰব্বীসকলক সম্বোধন কৰে। পঞ্চায়তী ৰাজ...

Read more

আমেৰিকা আঁতৰিল! WHOক ৩কোটি ডলাৰৰ সাহায্য দিয়াৰ কথা ঘোষণা চীনৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সৈতে বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ বিবাদ চলি থকাৰ সময়তে ৰাষ্ট্ৰপতিগৰাকীয়ে সংস্থাটোক সাহায্য দিয়া বন্ধ কৰাৰ কথা...

Read more

কৰ’না ভাইৰাছৰ বাবে বদনামী চীন; কিন্তু চীনৰ মনোৰঞ্জনধৰ্মী ‘টিক-টক’ত ব্যস্ত কোটি কোটি ভাৰতীয়

বিশ্বজুৰি ত্ৰাস সৃষ্টিকাৰী কৰ'না ভাইৰাছৰ উৎপত্তিস্থল হিচাপে চীনক বিশ্বই সমালোচনা কৰি আহিছে। বিশ্বজুৰি এই ভাইৰাছে মৃত্যুৰ কিৰিলি পৰা বাবে বহুতে...

Read more
Page 908 of 991 1 907 908 909 991

Recent News