• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জনসংখ্যা বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি ল’কডাউনৰ সময়ত ঘৰে ঘৰে কনডম বিতৰণ কৰিলে এইখন ৰাজ্যই

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 26, 2020 12:30 pm

1 min read

জনসংখ্যা বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি ল’কডাউনৰ সময়ত ঘৰে ঘৰে কনডম বিতৰণ কৰিলে এইখন ৰাজ্যই

প্ৰতিনিধিত্বমূলক ছবি

20.1k
VIEWS
Share on FacebookShare on Twitter

COVID-19ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে যিসময়ত সমগ্ৰ দেশ ল’কডাউনত বন্দী হৈ আছে সেই সময়তে আন এটা বিষয় এতিয়া মানুহৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। সেয়া জনসংখ্যা বিদ্ধীৰ আশংকা।

ল’কডাউনত সকলো মানুহ এতিয়া ঘৰত সুমাই থকাৰ ফলত যাতে অবাঞ্চিত গৰ্ভধাৰণ বাঢ়ি নাযায় তাৰ বাবে উত্তৰ-প্ৰদেশ চৰকাৰে ৰাজ্যখনত ঘৰে ঘৰে গৈ কনডম আৰু গৰ্ভিনৰোধক কিট দিয়াৰ ব্যৱস্থা হাতত লৈছে।

ZeeNewsৰ বাতৰিত প্ৰকাশ পোৱা মতে উত্তৰ-প্ৰদেশৰ বালিয়া জিলা প্ৰশাসনে চিকিৎসা কৰ্মীসকলক জিলাখনৰ ঘৰে ঘৰে গৈ কনডম, গৰ্ভিনৰোধক ঔষধ তথা আন জন্ম নিয়ন্ত্ৰক কিট যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে।

ল’কডাউনৰ সময়ছোৱাত এতিয়ালৈকে জিলাখনত প্ৰায় ৩০ হাজাৰ কনডম বিতৰণ কৰা হয়। Asha নামৰ এটা বচৰকাৰী সংস্থাৰ লগতে ASHA কৰ্মী আৰু ANM সকলে ঘৰে ঘৰে গৈ মহিলাসকলক গৰ্ভনিৰোধক পিল আৰু পুৰুষসকলক কনডম বিতৰণ কৰে।

Recent News

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

Nipa Ba Final

প্ৰশ্ন সোধাটোৱেই পাপ! : মহিলা সাংবাদিকক শাৰীৰিক-মানসিকভাৱে অপদস্থ বহিৰাগত প্ৰযোজক-পৰিচালকৰ

a face

কোভিডৰ ভেকচিন গ্ৰহণৰ পিছতে মুখৰ এটা ফাল পেৰালাইছিছত আক্ৰান্ত ১৩ জনৰ ,ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd