DMCA.com Protection Status

দেশ

Swiggy, Zomatoৰ সন্মুখত ভোকাতুৰ Amazon

বিশ্বৰ সৰ্ববৃহৎ ই-কমাৰ্চ প্লেটফৰ্ম এমাজনে দিৱালীৰ পিছতে সুসজ্জিত হৈ প্ৰত্যাহ্বান জনাব Swiggy, Zomato আদি ভাৰতীয় বজাৰৰ খাদ্য যোগানকাৰী কাম্পেনিক। বাতৰি...

Read more

দিল্লীত শ্বিলঙৰ “উগ্ৰ” প্ৰেজবিটেয়েৰিয়ান গীৰ্জাক মাটি নিদিবলৈ পত্ৰ আৰ এছ এছ-লিংকড মঞ্চৰ

শ্বিলং অসামৰিক হস্পিটেলৰ পৰা বাইবেল আঁতৰাবলৈ অনুৰোধ জনোৱা লীগেল ৰাইটছ অবজাৰ্ভে’টৰিয়ে নতুন দিল্লীত প্ৰেজবিটেয়েৰিয়ান গীৰ্জাক মাটি আবণ্টন নিদিবলৈ কেন্দ্ৰীয় গৃহ...

Read more

আজহাৰুদ্দিনৰ বোৱাৰী হ’ব টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ ভগ্নী

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজহাৰুদ্দিনৰ পুত্ৰৰ সৈতে বিবাহত বহিব টেনিছ তাৰকা ছানিয়া মিৰ্জাৰ ভগ্নীয়ে। The Times of Indiaত...

Read more

পেটিএম ফ্ৰীডম ট্ৰফী টেষ্ট : প্রথম টেষ্টত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়

বিশাখাপট্টনমত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা পেটিএম ফ্ৰীডম ট্ৰফী টেষ্ট শৃংখলাৰ প্রথমখন টেষ্টত ভাৰতীয় ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ...

Read more

উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ; এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিক ব্যৱহাৰত ১ লাখ টকাৰ জৰিমনা, পাঁচ বছৰলৈ জেল

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বানৰ পাছতে হাৰিয়ানা চৰকাৰে এবাৰ ব্যৱহাৰ্য্য প্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। কেবল নিষেধাজ্ঞা আৰোপ কৰাই নহয়...

Read more

ভাৰত-পাকিস্তানৰ পৰমানু যুদ্ধ হ’লে মৃত্যু হ’ব ১০ কোটি লোকৰ; চাঞ্চল্যকৰ প্ৰতিবেদন

জম্মু-কাশ্মীৰত ৩৭০ ধাৰা প্ৰত্যাহাৰ তথা বিশেষ মৰ্যাদা প্ৰত্যাহাৰৰ পাছৰে পৰা পাকিস্তানী প্ৰধান মন্ত্ৰী ইমৰাণ খানে প্ৰায়েই যুদ্ধৰ ভাবুকি দিবলৈ লৈছে।...

Read more

গুৱাহাটীৰ বিমান বন্দৰত প্ৰী-পেইদ টেক্সি সেৱা আৰম্ভ, উ.পূবৰ লগতে ভুটানকো সামৰিব

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত বৃহস্পতিবাৰৰ পৰা প্ৰী-পেইদ টেক্সি সেৱা আৰম্ভ হৈছে। ন্যূনতম ৫ কি.মি. অধিক দূৰত্বত চলিব...

Read more

লাদেন ঘনিষ্ঠকে ধৰি হুজিৰ তিনি শীৰ্ষ নেতা জালত ||ঢাকা

ঢাকা মেত্ৰ'পলিটান আৰক্ষীৰ জালত পৰিছে অ’চামা বিন লাদেন আৰু তালিবান মুৰব্বী মোল্লা ওমৰৰ ঘনিষ্ঠ আতিকুল্লা ওৰফে আছাদুল্লা ওৰফে জুলফিকৰকে ধৰি...

Read more
Page 945 of 988 1 944 945 946 988

Recent News