দেশ

লোকসভা নিৰ্বাচনত তীক্ষ্ণ নজৰ ৰাখিব মেটাই; ৪০ হাজাৰ কৰ্মী নিয়োগ কৰিছে জুকাৰবাৰ্গে!

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে। ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ফেচবুকৰ...

Read moreDetails

ধুবুৰীত গ্ৰেপ্তাৰ আইছিছৰ দুই দুৰ্ধৰ্ষ উগ্ৰপন্থী; আছিল দেশৰ বিভিন্ন অঞ্চলত কূটাঘাতৰ পৰিকল্পনা

ভাৰতত বৃহৎ আক্ৰমণ চলোৱাৰ পৰিকল্পনা আছিল। সেই উদ্দেশ্যে কাঁটা তাঁৰৰ সিপাৰৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল দুই শীৰ্ষ উগ্ৰপন্থী। কিন্তু চোৰাংচোৱাৰ...

Read moreDetails

আগুৱালে ২০২৪-ৰ NEET PG পৰীক্ষা! কেতিয়া প্ৰৱেশ পৰীক্ষা? কেতিয়া প্ৰকাশ পাব ফলাফল?

চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেঞ্চ টেষ্ট (NEET PG 2024) পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণ কৰা হৈছে।...

Read moreDetails

প্ৰতিভা প্ৰকাশ কৰি বিপদহে আহিল! বাহনক হেলিকপ্টাৰৰ ৰূপ দি আইনী ৰোষত ‘উদ্ভাৱক‘

উত্তৰ প্ৰদেশৰ এজন ব্যক্তি। উদ্ভাৱনী চিন্তা, প্ৰতিভা আৰু উদ্যমী শক্তিৰে এই ব্যক্তিজনে নিজৰ বাহনখনক এক অভিনৱ ৰূপত সাজি উলিওৱাৰ পৰিকল্পনা...

Read moreDetails

জঘন্য! ঘৰত প্ৰেমিকৰ সৈতে দেখা পাই নিজ কন্যাৰ প্ৰাণ ল’লে মহিলাই

এক জঘন্য হত্যাকাণ্ডই দখল কৰিছে সংবাদ শিৰোনাম। নিজ মাতৃৰ হাতত প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱতীয়ে। এগৰাকী মহিলাই ডিঙি চেপি হত্যা কৰিছে...

Read moreDetails

নিৰ্বাচনী ভাষণত তামিল জাতিক অপমান : অৱশেষত স্বাভিমানী জাতিৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ’ল বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী শোভা কাৰণ্ডলাজে

মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপি নেত্ৰী শোভা কাৰণ্ডলাজে তামিলসকলক লৈ কটু মন্তব্য কৰে। শেহতীয়ালৈ বেংগালুৰুৰ এখন কেফেত সংঘটিত হোৱা বিস্ফোৰণ...

Read moreDetails

আমেৰিকাত দুসপ্তাহ ধৰি নিৰুদ্দেশ হায়দৰাবাদৰ ছাত্ৰঃ মুক্তিপণ দাবী পৰিয়ালক

আমেৰিকা যুক্তৰাষ্ট্ৰত শেহতীয়াকৈ কেইবাগৰাকীও ভাৰতীয় ছাত্ৰৰ মৃত্যুক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। চলিত বৰ্ষতে ৯ গৰাকীকৈ ভাৰতীয় ছাত্ৰৰ মৃত্যু হৈছে...

Read moreDetails

ইউনিলিভাৰে আঁতৰাব আইচক্ৰীম ব্যৱসায় : বৰ্খাস্ত কৰিব ৭৫০০ শ্ৰমিকক 

হিন্দুস্তান ইউনিলিভাৰে নিজৰ আইচক্ৰীম কোম্পানীটোক মূল কোম্পানীৰ পৰা পৃথক ৰিব। ফলত নতুন ব্যৱসায়িক আন্তঃগাঁথনি গঢ়ি তোলাৰ বাবে প্ৰায় ৭৫০০ কৰ্মচাৰীক...

Read moreDetails

জনতাৰ মূৰত মাধমাৰ, নিৰ্বাচনী বণ্ডৰ খৰচ উঠাই ল’বলৈ হোৰাহোৰে ঔষধৰ মূল্য বৃদ্ধি কৰিছে কোম্পানীয়ে!

ফাৰ্মা কোম্পানীসমূহে ‘ইলেক্টৰেল বণ্ড’ত দান কৰি ৰাজনৈতিক দলসমূহক ‘সন্তুষ্ট’ কৰিবলৈ বিপুল পৰিমাণৰ ধন ব্যয় কৰিছে। তাৰ ফলত ঔষধ কিনাৰ সময়ত...

Read moreDetails

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সামৰণি; ৰাহুল গান্ধীয়ে সৃষ্টি কৰা জোকাৰণি

আজিৰ পৰা পাঁচ কি ছয় মাহ আগতে, প্ৰসিদ্ধ সাংবাদিক, পূন্য প্ৰসূন বাজপেয়ী ডাঙৰীয়াৰ ভি ডি অ’ এটা চাইছিলোঁ। ভিডিঅ’টো চাই...

Read moreDetails
Page 981 of 1799 1 980 981 982 1,799

Stay Connected

Recent News