কৰোনাই নেৰে! নতুন বছৰত চীনত কৰোনাত মৃত্যু হ’ব পাৰে ১০ লাখ লোকৰ; গৱেষকৰ আশংকা
আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ হেল্থ মেট্ৰিক্স এণ্ড ইভেল্যুৱেচন (আইএইচএমই)ৰ পূৰ্বানুমান অনুসৰি, ২০২৩ চনত চীনত কৰোনাৰ ফলত ১০ লাখৰো...
Read moreআমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা প্ৰতিষ্ঠান ইনষ্টিটিউট অৱ হেল্থ মেট্ৰিক্স এণ্ড ইভেল্যুৱেচন (আইএইচএমই)ৰ পূৰ্বানুমান অনুসৰি, ২০২৩ চনত চীনত কৰোনাৰ ফলত ১০ লাখৰো...
Read more৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ সীমান্তত ভাৰত আৰু চীনৰ সৈন্যৰ মাজত সংঘৰ্ষ হৈছিল। ইয়াৰ পিছতেই যেন যিকোনো পৰিস্থিতিৰ বাবে সষ্টম হৈ...
Read moreRajnath Singh addresses parliament on Tawang face off "ভাৰতীয় সামৰিক কমাণ্ডাৰসকলৰ সময়োচিত হস্তক্ষেপৰ বাবে ৯ ডিচেম্বৰত পিএলএ সৈন্যই তেওঁলোকৰ স্থিতিলৈ...
Read moreবিগত সময়চোৱাত চীন সীমান্তত চেগা-ছোৰোকাকৈ কেইবাবাৰো সংঘৰ্ষত লিপ্ত হৈছে ভাৰতীয় সেনা। শেহতীয়াকৈ পুনৰ যোৱা শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ চীন সীমান্তত ভাৰতীয়...
Read moreChina threatens Bhutan চীনে চুবুৰীয়া দেশসমূহৰ সৈতে ভাৰতৰ বৰ্ধিত ঘনিষ্ঠতা পছন্দ নকৰে। সেইকাৰণে বেইজিঙে চুবুৰীয়া ভূটানক ভাবুকি দিয়া আৰম্ভ কৰিছে।...
Read moreCoat that makes people invisible এইবাৰ আপুনিও ইচ্ছা কৰিলে ৰাজহুৱাভাৱে হেৰী পটাৰৰ দৰে নিজকে ভেনিছ কৰিব পাৰে। বিখ্যাত 'ক্ল’ক অফ...
Read moreApple mulls shifting production out of China এপলে ইয়াৰ কোম্পানীৰ সামগ্ৰীৰ উৎপাদন চীনৰ পৰা স্থানান্তৰ কৰিব বিচাৰে। টিম কুকৰ কোম্পানীটোৱে...
Read moreৰঙা চীনে বৃদ্ধি কৰিছে পাৰমাণৱিক অস্ত্ৰৰ ভাণ্ডাৰ। এই দাবী কৰিছে চীনক চিৰ প্ৰতিদ্বন্দ্বী বুলি জ্ঞান কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই। আমেৰিকাৰ কংগ্ৰেছত...
Read moreFormer China president Jiang Zemin dies চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ মৃত্যু ঘটিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ।...
Read moreলকডাউনৰ বিৰুদ্ধে চীনত আজিও অব্যাহত আছে প্ৰতিবাদ। প্ৰতিবাদ নিৰ্মূল কৰিবলৈ চীনৰ চৰকাৰে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ঘৰলৈ যাবলৈ নিৰ্দেশ দিছে। ইপিনে চীনৰ...
Read moreGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd