প্ৰতিৱেশী

সংকটত চিৰিলুইত, চিন্তাত অসম! ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ কৰিছে চীনে

ব্ৰহ্মপুত্ৰৰ ওপৰত তিব্বতৰ মালভূমিৰ পূব দিশত নতুন জলবিদ্যুৎ শক্তি কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ ওলাইছে চীনে। বেইজিঙৰ চৰকাৰী সূত্ৰৰ মতে, ই হ’ব...

Read moreDetails

গিনিজ বুকত নাম : চপষ্টিকৰে এক মিনিটত ৩৭টা ভাত খাই অভিলেখ বাংলাদেশী কন্যাৰ

গিনিজ বুকৰ নিয়ম অনুসৰি এবাৰত মাত্ৰ এটাহে ভাত তুলি লৈছিল যুৱতীগৰাকীয়ে। তেনেকৈয়ে ১ মিনিটত ৩৭ বাৰত ৩৭ টা ভাত খাই...

Read moreDetails

বাংলাদেশক বিধ্বস্ত কৰি ১৯ বছৰ অনুৰ্ধ মহিলা এছিয়া কাপত চেম্পিয়ন ভাৰত

যুৱক সকলে নোৱাৰিলে, এইবাৰ যুৱতীৰ দলে কৰি দেখুৱালে। ১৯ অনুৰ্ধৰ মহিলা এছিয়া কাপত ভাৰতে বাংলাদেশক পৰাস্ত কৰে। কুৱালালামপুৰত অনুষ্ঠিত হোৱা...

Read moreDetails

পাকিস্তানতকৈ বাংলাদেশত বৃদ্ধি পাইছে হিন্দু নিগ্ৰহৰ ঘটনা! ’২৪ বৰ্ষৰ ৮ ডিচেম্বৰলৈ বাংলাদেশত ২২০০টা হিন্দু নিগ্ৰহৰ ঘটনা

বাংলাদেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হিন্দু নিৰ্যাতনৰ ঘটনা। বাংলাদেশত ২০২৪ চনত সংঘটিত হৈছে ২,২০০টা হিন্দু নিৰ্যাতনৰ ঘটনা। পূৰ্বতে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক...

Read moreDetails

বহুদূৰ আগুৱাই গ’ল চীন! বিশ্বৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপত বিমান বন্দৰ নিৰ্মাণ কৰিছে চীনে

চীনে উত্তৰ-পূব উপকূলৰ ওচৰত নিৰ্মাণ কৰিছিল বিশ্বৰ সৰ্ববৃহৎ কৃত্ৰিম দ্বীপ। বৰ্তমানৰ উক্ৰ দ্বীপত বিমানবন্দৰ নিৰ্মাণ কৰি আছে দেশখনে। জানিব পৰা...

Read moreDetails

কূটাঘাতৰ পৰিকল্পনা কৰা বাংলাদেশৰ সন্ত্ৰাসবাদী মডিউল উৎখাত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চৰ

বিশ্বব্যাপী থকা সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে চোৰাংচোৱা ভিত্তিক দেশজোৰা অভিযানত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে কেৰেলা আৰু পশ্চিম বংগ আৰক্ষীৰ ঘনিষ্ঠ...

Read moreDetails

বাংলাদেশৰ আদালতে বাতিল কৰিলে আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাৰ মৃত্যুদণ্ড

বাংলাদেশৰ আদালতে অস্ত্ৰ সৰবৰাহৰ গোচৰত আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ মৃত্যুদণ্ড বাতিল কৰিছে। একেটা গোচৰতে বাংলাদেশৰ প্ৰাক্তন গৃহ ৰাজ্য মন্ত্ৰী লুটফুজ্জামান...

Read moreDetails

চুবুৰীয়া ভূটানত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী : এডভান্টেজ অসম ২.০ৰ সন্দৰ্ভত আয়োজিত ব্যৱসায়িক সম্মিলন আৰু ৰোড শ্ব’ত অংশগ্রহণ

যোৱা সোমবাৰে চাৰিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে চুবুৰীয়া দেশ ভূটানত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসম চৰকাৰৰ উদ্যোগত অহা বৰ্ষৰ ২৪...

Read moreDetails

পশ্চিম বংগত আয়োজিত মেলাত বাংলাদেশী ব্যৱসায়ীক অংশগ্ৰহণ নকৰিবলৈ নিৰ্দেশ আয়োজকৰ

বাংলাদেশত চলি থকা অশান্তিৰ বাবে কলকাতাৰ অন্যতম জনপ্ৰিয় শীতকালীন মেলাৰ আয়োজকসকলে বাংলাদেশী ব্যৱসায়ীসকলক - যিসকলে মেলা খেলপথাৰত ষ্টল বুকিং কৰি...

Read moreDetails

একেৰাহে ৮ ঘণ্টা শুই-বহি সময় কটাই এক লাখ টকা জিকিলে যুৱতীয়ে; মাত্ৰ এটাই আছিল চৰ্ত

চৰ্ত আছিল যে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। সেই নিৰ্দেশ পালন কৰি এগৰাকী যুৱতীয়ে লাভ কৰিলে ১ লাখ টকাৰ পুৰস্কাৰ।...

Read moreDetails
Page 24 of 185 1 23 24 25 185

Stay Connected

Recent News