প্ৰতিৱেশী

ভেকচিনৰ বিনিময়ত তাইওৱানৰ সৈতে সম্পৰ্ক ছিন্ন কৰিবলৈ এইখন দেশক হেঁচা দিছে চীনে!

কৰ’না ভেকচিনৰ বিনিময়ত তাইওৱানৰ সৈতে কূটনৈতিক সম্পৰ্ক ছিন্ন কৰিবলৈ চীনে পাৰাগুৱেক হেঁচা দিয়া বুলি মন্তব্য কৰিছে তাইওৱানৰ বৈদেশিক মন্ত্ৰী যোচেফ...

Read more

সামৰিক অভ্যুত্থানৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ হ’ল ম্যানমাৰৰ এজন জনপ্ৰিয় মডেল

ম্যানমাৰৰ এগৰাকী জনপ্ৰিয় চেলিব্ৰেটীক দেশখনৰ সামৰিক বাহিনীয়ে আটক কৰিছে। পাইং টাখন (Paing Takho) নামৰ মডেল আৰু অভিনেতাজনে দেশখনৰ সামৰিক অভ্যুত্থানৰ...

Read more

শ্ৰীলংকাত সৌন্দৰ্য প্ৰতিযোগিতাত অঘটন: মূৰত আঘাতলৈ চিকিৎসাধীন সুন্দৰী!

দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাত সৌন্দৰ্য প্ৰতিযোগিতাৰ মাজতে সংঘটিত হৈছে এক অপ্ৰীতিকৰ ঘটনা। দেশ খনৰ ৰাজধানী কলম্বোত আয়োজিত মিছেচ শ্ৰীলংকা সৌন্দৰ্য প্ৰতিযোগিতাৰ...

Read more

লকডাউনৰ প্ৰতিবাদত উত্তাল বাংলাদেশ, আৰক্ষীৰ গুলিচালনাত ১জন লোকৰ মৃত্যু

সোমবাৰৰ পৰা বাংলাদেশত দেশজুৰি লকডাউন ঘোষণা কৰা হৈছে। এই লৈ দেশখন উত্তাল হৈ পৰিছে। দেশখনৰ গ্ৰাম্যাঞ্চলত লকডাউন আৰু আৰক্ষী বলবৎ...

Read more

সেনাৰ বিৰুদ্ধে মাত মতা অভিনেত্ৰীকে ধৰি ৬০ জনক ‘ৱাণ্টেড’ ঘোষণা কৰি কাকতত বিজ্ঞাপন প্ৰকাশ

এজন বা দুজন নহয়, ৬০ গৰাকী লোকৰ বিৰুদ্ধে ম্যানমাৰৰ সামৰিক শাসকে ‘ৱাণ্টেড’ ঘোষণা কৰি আজি বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে।...

Read more

সামৰিক সন্ত্ৰাসৰ বিৰুদ্ধে মাত মাতি হৃদয় জিনিছে ম্যানমাৰৰ এইগৰাকী মোহময়ী সুন্দৰীয়ে

অগ্নিগৰ্ভ ম্যানমাৰক লৈ এক হৃদয়স্পৰ্শী ভাষ্য প্ৰেৰণ কৰিছে দেশখনৰ এগৰাকী সুন্দৰীয়ে। হান লায় (Han Lay) নামৰ 'মিছ গ্ৰেণ্ড ম্যানমাৰ' খিতাপধাৰী...

Read more

ৰক্তস্নাতা ম্যানমাৰ: পুনৰ সেনাৰ গুলীত মৃত্যু ৫ প্ৰতিবাদকাৰীৰ

ম্যানমাৰত এতিয়া তেজৰ নৈ বৈছে। বলপূৰ্বক শাসনভাৰ নিজৰ হাতলৈ নিয়া ম্যানমাৰৰ জুণ্টাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ আজি পুনৰ প্ৰাণ হেৰুৱালে...

Read more

ক’ৰ’ণাৰ মহাতংক: এইখন ৰাষ্ট্ৰত ঘোষণা কৰা হ’ল সম্পূৰ্ণ লকডাউন

ক’ৰ’ণাই এতিয়া ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত পুনৰ মহা সংহাৰৰ সৃষ্টি কৰিছে। ভাৰতত আজিৰ দিনটোত প্ৰায় ৯০ হাজাৰ লোক ক’ৰ’ণাত...

Read more

ৰোহিংগীয়া শৰণাৰ্থীৰ শিবিৰত ভয়ংকৰ অগ্নিকাণ্ড, মৃত কমেও ৩ শৰণাৰ্থী

ম্যানমাৰৰ সেনাৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হৈ বাংলাদেশলৈ পলাই যোৱা ৰোহিংগীয়া শৰণাৰ্থীৰ এটা শিবিৰৰ কাষতে থকা এখন বজাৰত  সংঘটিত হৈছে এক...

Read more

এজনী ৰহিঙীয়া ছোৱালীক অসমৰ পৰা ম্যানমাৰলৈ উভতাই পঠোৱাক লৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিক্ৰিয়া

বৃহস্পতিবাৰে এজনী ১৪ বছৰীয়া ৰহিঙীয়া মুছলিম ছোৱালীক ম্যানমাৰলৈ ঘূৰাই পঠাবলৈ উত্তৰ পূবৰ এখন সীমামূৰীয়া চহৰলৈ লৈ যোৱা হয়। আৰক্ষী সূত্ৰই...

Read more
Page 69 of 171 1 68 69 70 171

Recent News