মণিপুৰত হিংসাত্মক ঘটনা শাম কটা নাই। ৰাজ্যখনত কুকি আৰু মেইটেই জনগোষ্ঠীৰ মাজত হিংসা আৰু উত্তেজনা হ্ৰাস পোৱাৰ কোনো লক্ষণ দেখা...
Read moreDetailsজীৱনত সফল হোৱাৰ লগতে সুখ সকলোৰে কাম্য। সকলোৱে বিচাৰে যে তেওঁলোকৰ বিবাহিত জীৱন আৰু প্ৰেম জীৱনত কেতিয়াও কোনো সমস্যা নহওক।...
Read moreDetailsএশ বছৰ অতিক্ৰম কৰাৰ পথত উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ সংগঠন শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ । ১৯৩০ চনত নগাঁও জিলাৰত জন্ম লাভ কৰিছিল...
Read moreDetailsউৎকোচ গ্ৰহণ কৰাৰ অভিযোগত শুকুৰবাৰে অপৰাধ অনুসন্ধান বিভাগে বজালী আৰক্ষী থানাৰ ৫ জন আৰক্ষী বিষয়া আৰু দুজন চালকক আটক কৰে।...
Read moreDetailsইউক্ৰেইনৰ ৰাছিয়ান দখলত থকা চাৰিটা অঞ্চলত মস্কোৰ নিৰ্ধাৰিত কৰ্তৃপক্ষই আঞ্চলিক নিৰ্বাচনৰ আয়োজন কৰিছে। বৃহস্পতিবাৰৰ পৰা ভোটদান আৰম্ভ হৈছে। ১০ ছেপ্টেম্বৰলৈকে...
Read moreDetailsআজি পুৱাই লক্ষ্ণৌত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এজন যুৱক মৃতদেহ।...
Read moreDetailsশুকুৰবাৰে গুৱাহাটীৰ শিলসাঁকোত জিএমডিএৰ উচ্ছেদ অভিযানৰ প্ৰতিবাদত শতাধিক মহিলা ওলাই অহাৰ লগে লগে পুনৰ উত্তেজনা বৃদ্ধি পাইছে। বেদখলৰ অভিযোগ থকা...
Read moreDetailsধুবুৰীৰ বিলাসীপাৰাৰ হাজাৰিপাৰা গড়কপ্তানি পথত বৃহস্পতিবাৰে নিশা সংঘটিত এক ভয়ংকৰ মটৰ চাইকেল দুৰ্ঘটনাত চাৰিজন লোক নিহত হয়। এই ঘটনাত দুখন...
Read moreDetailsবন্ধুৰ এটা পোহনীয়া ভাটৌ চৰাই নৃশংসভাৱে হত্যা কৰাৰ অপৰাধত ব্ৰিটেইনৰ দুগৰাকী মহিলাক কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। মহিলা দুগৰাকী হৈছে...
Read moreDetailsচন্দ্ৰৰ মাটিতো ভূমিকম্প হয়? ইছৰোৰ চন্দ্ৰযান-৩ৰ বৈজ্ঞানিক পৰীক্ষাত কিছু চাঞ্চল্যকৰ দিশ উন্মোচিত হৈছে। ভাৰতৰ ইছৰোৰ চন্দ্ৰাভিযানৰ ‘লুনাৰ ছিছমিক এক্টিভিটি পেলোডে’...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd