অসমৰ সংগীত জগতৰ এগৰাকী স্বনামধন্য কণ্ঠশিল্পী, জনতাৰ শিল্পী সুদক্ষিণা শৰ্মাৰ দেহাৱসান ঘটিছে। দীৰ্ঘদিনীয়া অসুস্থাৰ অন্তত আজি পুৱা ৮.২৫ বজাত জিএমচিএইচত...
Read moreDetailsমণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত দিয়া মন্তব্যক লৈ দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা পি চিদাম্বৰমে। চিদাম্বৰমে...
Read moreDetailsঅৱশেষত ভাৰতীয় জাতীয় দলত স্থান কৰিলে এগৰাকী অসম কন্যাই। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰগৰাকী হৈছে উমা ছেত্ৰী।...
Read moreDetailsআমাৰ মনটো প্ৰায়ে নেতিবাচক চিন্তা আৰু আৱেগেৰে ভৰি থাকে, যেনে মানসিক চাপ, আত্ম-শংকা আৰু উদ্বেগ। এই নেতিবাচক শক্তিবোৰে আমাৰ মানসিক...
Read moreDetailsআজি তেজপুৰত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ, বিৰোধীৰ ৰাজনৈতিক মিত্ৰতা, বিজেপি নেতৃত্বাধীন...
Read moreDetailsসোণাপুৰত এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰে সমগ্ৰ অঞ্চলটো কঁপাই তুলিছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে এজনক আটক কৰা হৈছে। ...
Read moreDetailsউত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’ল সুৰক্ষা বাহিনীয়ে নিজৰ জ’নৰ ভিতৰত নিয়মিত তালাচী আৰু অভিযান চলাই যাত্ৰীৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত ১৩...
Read moreDetailsনৰ্থইষ্ট ডাইল’গ ফ’ৰামে (NEDF) শনিবাৰে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ সৈতে জড়িত বিষয়সমূহৰ বিষয়ত “ভাৰত চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়”ক দাবী জনাই ‘ব্ৰহ্মপুত্ৰ...
Read moreDetailsডিজিটেল নিউজে ক্ৰমান্বয়ে বাতৰি কাকতৰ স্থান গ্ৰাস কি আহিছে। বিশেষকৈ কোভিড মহামাৰীয়ে সমগ্ৰ বিশ্বৰ অৰ্থনীতি যিদৰে ভাঙি পেলাইছে, সেইদৰে বিশ্বৰ...
Read moreDetailsদেওবাৰে মণিপুৰৰ খুজুমা টাবি গাঁৱত কুকি জনজাতীয় উগ্ৰপন্থীয়ে গুলীচালনা কৰাত তিনিজন অজনজাতীয় মণিপুৰী লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd