মানৱ সভ্যতাৰ বিকাশৰ লগে লগে বিভিন্ন প্ৰকাৰৰ আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি পাইছে। আনকি মহাকাশতো আৱৰ্জনা জমা হৈ আছে। আন সকলোবোৰৰ দৰে...
Read moreDetailsকবিতাৰ দিন ----------------- কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ লঠঙা হৈ পৰা দেখিছিলোঁ ৷ সৰাপাতে তল ভৰি আছিল ৷ চকুত লাগিছিল...
Read moreDetailsআমেৰিকা যুক্তৰাষ্ট্ৰৰ দুখন কৌশলগত বোমাৰু বিমান ৰাছিয়াৰ সীমান্তৰ ফালে উৰা মাৰিছিল। এই ঘটনাত ৰাছিয়াই এখন এছ ইউ-৩৫ যুঁজাৰু বিমান আকাশত...
Read moreDetailsদিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ বাজেট স্থগিত কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে।...
Read moreDetailsএইবাৰ খালিস্তানপন্থী অমৃতপালৰ সমৰ্থকসকলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান ফ্ৰান্সিস্কোত থকা ভাৰতীয় দূতাবাসত সোমবাৰে তাণ্ডৱ চলায়। তাত তেওঁলোকে দূতাবাসৰ খিৰিকী আৰু দুৱাৰৰ...
Read moreDetailsউত্তৰ পূব সীমান্ত ৰে'লৱেই সোমবাৰে ৰে'ল-হাতীৰ সংঘৰ্ষ আৰু দুৰ্যোগ প্ৰশমন ব্যৱস্থা প্ৰতিহত কৰাৰ উদ্দেশ্যে ইনট্ৰুজন ডিটেকচন চিষ্টেম (আই.ডি.এছ.) স্থাপনৰ বাবে...
Read moreDetailsমিডিয়া সম্ৰাট ৰুপাৰ্ট মৰ্ডক ৯২ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হ'বলৈ সাজু হৈছে। এইটো হ’ব তেওঁৰ পঞ্চম বিবাহ। ৰুপাৰ্টে ইতিমধ্যে...
Read moreDetailsইণ্টাৰপোলে পলাতক প্ৰৱঞ্চক মেহুল চোকছিৰ বিৰুদ্ধে ৰেড নটিচ প্ৰত্যাহাৰ কৰিছে। তেওঁৰ বিৰুদ্ধে সমগ্ৰ বিশ্বতে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। মেহুল...
Read moreDetailsৰাজ্যত পুনৰ সংঘটিত হৈছে যৌতুক সম্পৰ্কীয় অপৰাধ। যৌতুক সম্পৰ্কীয় সমস্যাৰ পৰিণতিত আজি দক্ষিণ কামৰূপৰ গৰৈমাৰীত আত্মহত্যা কৰে দুটি সন্তানৰ এগৰাকী...
Read moreDetailsজাপানৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। বৃদ্ধৰ সংখ্যা বাঢ়িছে। তেনে এটা নতুন প্ৰতিবেদনে দেখুৱাইছে যে ২০২২ চনত দেশখনে যোৱা ১২৩ বছৰত...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd