বিশ্বনাথত বৃহৎ পৰিমাণৰ নকল সোণ জব্দ, এজনক আটক

বিশ্বনাথৰ বিহালীত কালি প্ৰায় ৬০ কিলোগ্ৰাম নকল সোণ জব্দ কৰিছে বৰগাঙ আৰক্ষীয়ে। নিশা বৰগাঙ আৰক্ষীয়ে চলাই থকা তালাচীৰ সময়ত এখন...

Read moreDetails

ডিব্ৰুগড়ত বনৰীয়া হাতীৰ গচকত এজনৰ মৃত্যু

ডিব্ৰুগড় জিলাৰ চেচা ন-গাঁৱত আজি বনৰীয়া হাতীৰ গচকত এজন ৪০ বৰ্ষীয় ব্যক্তিৰ মৃত্যু হয়। মৃত ব্যক্তিজনক লেজাই অঞ্চলৰ মেগনাথ গোৱালা...

Read moreDetails

অসমত এনকাউণ্টাৰৰ নামত মুকলি হত্যাকাণ্ড সংঘটিত হৈ আছে; অভিযোগ মানৱ অধিকাৰ কৰ্মীৰ

অসমত আৰক্ষীৰে হোৱা এনকাউণ্টাৰৰ সন্দৰ্ভত এতিয়া ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে। সকলোৱে ইয়াক চৰকাৰৰ একনায়কত্ববাদ বুলি অভিহিত কৰিছে। যাৰ ফলত ৰাস্তাৰ...

Read moreDetails

বিজেপি-অগপই মিলিজুলি গঠন কৰিব বঙাইগাঁও পৌৰসভা; আজি অনুষ্ঠিত হ’ব প্ৰথম বৈঠক

অৱশেষত সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই আজি গঠন হ'ব বঙাইগাঁও পৌৰসভা ৷ বিজেপি আৰু অগপ দলে মিলি গঠন কৰিব পৌৰসভাখন...

Read moreDetails

ভাৰতৰ সৈতে সুসম্পৰ্ক গঢ়িব খোজা শ্বাহবাজ শ্বৰিফৰ মতে কাশ্মীৰৰ সমাধান অবিহনে সেয়া অসম্ভৱ

শাসনত বহিয়েই পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰিফে ভাৰতৰ প্ৰসংগ উত্থাপন কৰি টানি আনিলে কাশ্মীৰৰ প্ৰসংগ। সোমবাৰে দেশখনৰ ২৩তম প্ৰধানমন্ত্ৰী হিচাপে...

Read moreDetails

ভাৰতত বৃদ্ধি পাই অহা মানৱাধিকাৰ উলংঘনৰ ঘটনাত দৃষ্টি ৰাখিছে আমেৰিকাই: ৰাষ্ট্ৰ সচিব ব্লিনকেন

ভাৰতত ক্ৰমে বৃদ্ধি পাই অহা মানৱাধিকাৰ উলংঘনৰ ঘটনাৰ ওপৰত দৃষ্টি ৰাখিছে আমেৰিকাই। ভাৰত আৰু আমেৰিকাৰ মাজৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত নতুন...

Read moreDetails

‘অসম সাহিত্য সভা বিশ্বৰ সাহিত্যানুষ্ঠানৰ বাবে আদর্শ’: জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা ড° প্রতিভা দেৱী ৰয়

ভাৰতীয় জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা তথা জ্ঞানপীঠ বঁটাপ্রাপক,পদ্মভূষণ ড° প্রতিভা দেৱী ৰয় সোমবাৰে সন্ধিয়া অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত উপস্থিত...

Read moreDetails

লেখাপানীত সীমা সমস্যা সমাধানৰ দাবীত ছাত্র মুক্তিৰ উত্তাল বিক্ষোভ, মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

অসম-অৰুণাচল প্ৰদেশৰ সীমা বিবাদ লৈ পুনৰ সৰৱ হৈ পৰিছে  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সংগঠনটোৱে সোমবাৰে মাৰ্ঘেৰিটা মহকুমাৰ লেখাপানীত অসমৰ ভূমিত...

Read moreDetails

‘হে মোৰ সপোনৰ সূৰ্যৰ মানুহ’-জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি ক’লে কবি নীলমনি ফুকনে? চাওক, কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ

গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত সোমবাৰে ৫৬ সংখ্যক জ্ঞানপীঠ‌ পুৰস্কাৰ গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণৰ সম্পূৰ্ণ পাঠ পাঠকলৈ আগবঢ়োৱা হ’ল।...

Read moreDetails

মুখ্যমন্ত্ৰীৰ অপৰাধ হ্ৰাসৰ দাবীৰ দুদিন পাছতে গুৱাহাটীত ৫ টাকৈ হত্যাকাণ্ড, মৃতদেহ উদ্ধাৰ আৰু আত্মহত্যাৰ ঘটনা

মুখ্যমন্ত্ৰীয়ে টুইটাৰ আৰু ফেচবুকযোগে  স-গৌৰৱে কৰা এটা ঘোষণা! অসম আৰক্ষীক ধন্যবাদৰে উপচাই দিছিল এই ঘোষণাত। কিন্তু অপৰাধৰ হাৰ হ্ৰাস পোৱা বুলি...

Read moreDetails
Page 1577 of 5974 1 1,576 1,577 1,578 5,974

Stay Connected

Recent News