২০১৬ চনৰ পূৰ্বে বহু সপোন দেখুৱাই শাসনলৈ অহা বিজেপিয়ে পুনৰ পূৰ্বৰ দৰে সপোনভৰা প্ৰতিশ্ৰুতিৰে ১০ টা বিশেষ সংকল্পৰে প্ৰকাশ কৰি...
Read moreDetailsনাগালেণ্ডৰ পেৰেন জিলাৰ লামহাইনামদী গাঁৱত সোমবাৰে সন্ধিয়া অজ্ঞাত দুৰ্বৃত্তই ৩জন লোকক গুলীয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে। বাতৰি অনুসৰি, ৰাজ্যখনৰ...
Read moreDetailsধুবুৰী নিৰ্বাচনী জিলাৰ ৫টা বিধানসভা সমষ্টিত ৪গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পাছত এতিয়া মুঠ ৪১গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। অহা ৬এপ্ৰিলত...
Read moreDetailsগোলাঘাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী থকাৰ সময়ত হিংসা আৰু অবৈধ ধন লেনদেনৰ দৰে ঘটনা যেন ক্ৰমাৎ বৃদ্ধি...
Read moreDetailsআইনগতভাৱে মদ্যপানৰ বয়সৰ সীমা হ্ৰাস কৰিলে দিল্লীয়ে। পূৰ্বে দেশৰ ৰাজধানীখনত ২৫ বছৰৰ তলত কোনোৱে মদ খাব বা ক্ৰয় কৰিব নোৱাৰিছিল।...
Read moreDetailsচৌদিশে নিৰ্বাচনী বতাহ। সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। সোমবাৰে টীয়কৰ মুদৈজান ভৰলুৱা গাঁৱত ৰাজৈ বাদুলীপুখুৰী পঞ্চায়তৰ অধীনত কংগ্ৰেছ দলৰ এখন নিৰ্বাচনী...
Read moreDetailsঅসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে বিজেপি, কংগ্ৰেছকে ধৰি ৰাজনৈতিক দল তথা আন প্ৰাৰ্থীসকলে...
Read moreDetailsঅসম বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ সভাবোৰ শাসক-বিৰোধীৰ ষ্টাৰ কেম্পেনাইৰে ভৰি পৰিছে। ভোটাৰৰ মন ভুলোৱাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে এই ষ্টাৰ কেম্পাইনাসকলে। এই...
Read moreDetailsভোটগ্ৰহণৰ দিনাই আফ্ৰিকান দেশ কংগো-ব্ৰাজ্জাভিলেৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰাৰ্থী ক’ৰ’ণাত আক্ৰান্ত গে-ব্ৰীছ পাৰ্ফেইট ক’লেলাছৰ হৈছে। বিবিচিৰ বাতৰিৰ মতে ক’ৰ’ণাক্ৰান্ত নেতাগৰাকীক চিকিৎসাৰ বাবে...
Read moreDetailsদেশৰ নাম ভাৰত সলাই এদিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামেৰে নামকৰণ কৰা হ'ব! সোমবাৰে এইদৰে প্ৰধানমন্ত্ৰীক সমালোচনাৰে তুলাধুনা দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd