বিশ্বত্ৰাস সৃষ্টি কৰা অতিমাৰী ক'ৰ’নাৰ ভাইৰাছৰ বাবে এইবাৰ ক’ভিড প্ৰটকল মানি অহা ২১ জানুৱাৰিৰ পৰা তিনিদিনীয়াকৈ অনুষ্টুপীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব...
Read moreDetailsযোৰহাট জিলা কবি সন্মিলনৰ ত্ৰয়োদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিৱেশনখনি টীয়ক শাখা কবি সন্মিলনৰ আতিথ্যত টীয়কৰ ব্ৰাহ্মণ গাঁৱত অৱস্থিত শঙ্কৰজ্যোতি কলা-কৃষ্টি কেন্দ্ৰত...
Read moreDetailsএগৰাকী মহিলাই নিজৰ পাঁচ মহীয়া পুত্ৰ সন্তানক অগ্নিসংযোগ কৰি হত্যা কৰা এটা নৃশংস ঘটনাই মধ্য প্ৰদেশৰ চিংৰৌলি জিলাত তীব্ৰ চাঞ্চল্যৰ...
Read moreDetailsযোৰহাট জিলাৰ টীয়কৰ মুদৈজান কমলাবাৰী শাখা সত্ৰত ২৬ ডিচেম্বৰত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। শাখা সত্ৰৰ সেউজ বাকৰিত অনুষ্ঠিত গ্ৰন্থ...
Read moreDetailsচীনৰ সৈতে ভাৰতৰ সংঘাত বৃদ্ধি পোৱাৰ সময়তে তিনিদিনীয়া ভ্ৰমণসূচীলৈ দক্ষিণি কোৰিয়ালৈ গ’ল ভাৰতৰ সেনা প্ৰধান মনোজ মুকন্দ নাৰাভানেই। আজি ভাৰতৰ...
Read moreDetailsফুটবল খেল পথাৰৰ চিৰপ্ৰতিদ্বন্দ্বী লিওলেন মেছিক পিছ পেলাই এক অনন্য কৃতিত্ব তথা সন্মান লাভ কৰিছে বিশ্ব ফুটবলৰ বৰ্তমানৰ অন্য এগৰাকী...
Read moreDetailsমাংগলিক অনুষ্ঠানৰ যোগেদি হাফলঙৰ দিয়ুং নৈত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ চিতাভষ্ম বিসৰ্জন দিলে ডিমা হাছাও জিলা কংগ্ৰেছ কমিটিয়ে। চিতাভষ্ম...
Read moreDetailsবহুতে কোৱাৰ দৰে ফাষ্টফুড নতুন সভ্যতাৰ সৃষ্টি নহয়। আধুনিক সভ্যতা বিকশিত হোৱাৰ বহু বছৰ পূৰ্বৰে পৰা ফাষ্টফুডৰ দোকান আছিল। শেহতীয়াকৈ...
Read moreDetailsকোনো শীত-তাপ নিয়ন্ত্ৰিত কোঠাত নহয়, পুতি গোন্ধময় গোহালিত বহি পঢ়া-শুনা কৰিয়েই সাফল্যৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে এই গৰাকী যুৱতীয়ে।...
Read moreDetailsঅতি বৰ্বৰ তথা নৃশংস এক কাণ্ডৰ বাতৰিয়ে আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে। ঘটনাটো সংঘটিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত। ঘটনাৰ বিৱৰণীৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd