DMCA.com Protection Status

আছুৰ অসমীয়া সংজ্ঞাৰ সমৰ্থন! : নিজৰ শাসনত সংজ্ঞা নিৰূপণ কৰিব নোৱাৰাৰ ভুল স্বীকাৰ তৰুণ গগৈৰ

কালি সদৌ অসম ছাত্ৰ সন্থাই উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদনত উল্লেখ থকা অসমীয়াৰ সংজ্ঞা নিৰূপণৰ কথা ৰাজহুৱা কৰাৰ পাছতে ইয়াৰ প্ৰতি সমৰ্থন...

Read more

এইবাৰ ক’ৰ’ণাত আক্ৰান্ত মোডী মন্ত্ৰী সভাৰ আন এজন কেন্দ্ৰীয় মন্ত্ৰী

ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হ’ল আন এজন কেন্দ্ৰীয় মন্ত্ৰী। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল,কৈলাশ চৌধুৰী,ধৰ্মেন্দ্ৰ প্ৰধান আদিৰ...

Read more

বিয়াৰ পিছত ২২ মাহে শাৰীৰিক সম্পৰ্ক কৰাত বাধা স্বামীক! : অৱসাদগ্ৰস্ত স্বামীয়ে কৰিলে আত্মহত্যা

এক অভূতপূৰ্ব ঘটনা ঘটিছে গুজৰাটৰ আহমেদাবাদৰ শ্বাহেৰকোটাত। বিয়াৰ পিছত ২২ মাহে পত্নীৰে শাৰীৰিক সম্পৰ্ক স্থাপনত ব্যৰ্থ এজন স্বামীয়ে মানসিকভাৱে ভাঙি পৰি...

Read more

মুম্বাই বিস্ফোৰণৰ অভিযুক্ত সঞ্জয় দত্তক ভিছা নিদিয়ে আমেৰিকাই, চিকিৎসা চলিব ছিংগাপুৰত

মুন্না ভাই অসুস্থ। খবৰটোৱে জোকাৰি গৈছে দেশৰ প্ৰতিজন কলাপ্ৰেমী লোকৰে হৃদয়। ১১ আগষ্টৰ দিনা মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা সঞ্জয়...

Read more

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন : সদ্যজাত বিভাগীয় হাতী পোৱালী নামকৰণ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ বনাঞ্চলৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ পৰমানন্দ লাহন প্ৰেক্ষাগৃহত বিশ্ব হস্তী দিৱস পালন কৰা...

Read more

পাক অধিকৃত কাশ্মীৰত গ্ৰহণ কৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী বৈধ নহ’ব ভাৰতত

  ভাৰত আৰু পাকিস্তানৰ মাজত নানান বিষয়ক লৈ সংঘাত চলি থকাৰ মাজতে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াই এই বুলি ঘোষণা কৰিছে...

Read more

অৰুণোদয় আঁচনি ঘোষণা মন্ত্ৰী হিমম্তৰ : এই আঁচনিৰে ‘২১ নিৰ্বাচনী বৈতৰণীৰ পাৰ হোৱাৰ পাং বিজেপিৰ

সমাগত ২০২১ৰ বিধানসভাৰ নিৰ্বাচন, সেয়েহে উঠিছে আঁচনি ঘোষণাৰ ঢৌ। অহা ১৫ ছেপ্তেম্বৰলৈকে সপ্তাহত একোখনকৈ আঁচনি লোৱাৰ কথা সংবাদমেলত ঘোষণা কৰে...

Read more

‘বিয়া পাতি দিলে, দৰা-কইনা আহি ঘৰত সোমাল, ইয়াৰ পাছত গোপনীয় খবৰ কিয় লাগে ?’ মন্ত্ৰী হিমন্ত

কালি সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ উচ্চস্তৰীয় কমিটিৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছত তেওঁলোকক উভটি ধৰিছে...

Read more
Page 2281 of 5168 1 2,280 2,281 2,282 5,168

Recent News