আজি বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৫ সংখ্যক জন্ম জয়ন্তী : কোকৰঝাৰত জন্ম তিথি উদযাপন

আজি বড়ো জাতিৰ পিতা বডৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৬৫ সংখ্যক জন্ম বাৰ্ষিকী। বড়ো জাতিৰ পিতাগৰাকীৰ জন্ম বাৰ্ষিকী আজি গাম্ভীৰ্যপূৰ্ণ পৰিবেশত...

Read moreDetails

হায় স্মাৰ্টচিটি! প্ৰথমজাক বৰষুণতে কৃত্ৰিম বানত বুৰ যোৱা ৰাজ্যৰ ৰাজধানীৰ অৱস্থাই কি সূচায়?

ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত বাৰিষা বুলি ক’লেই মহানগৰবাসীৰ সন্মুখত ভাহি উঠে এক দু:স্বপ্ন। বাৰিষা এজাক বৰষুণতে কৃত্ৰিম বানপানীত জৰ্জৰিত...

Read moreDetails

পুত্ৰৰ নিৰ্বাচনী প্ৰচাৰৰ ভীষণ ব্যস্ততাৰ পাছত পুনৰ অসুস্থ অখিল গগৈৰ মাতৃ!

ডায়েবেটিছ, উচ্চৰক্তচাপ আৰু কিডনীৰ সমস্যাত ভূগি থকা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক মঙলবাৰে পৰিয়ালৰ লোকে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পাতললৈ...

Read moreDetails

১এপ্ৰিলৰ পৰা সলনি হ’ব ডেবিট, ক্ৰেডিট কাৰ্ডৰ অট’ পেমেন্টৰ নিয়ম; RBI ৰ নিৰ্দেশনাত কি আছে?

কাইলৈ অৰ্থাৎ ১ এপ্ৰিলৰ পৰা মোবাইল ইউটিলিটি তথা অন্যান্য বিলৰ ক্ষেত্ৰত ডেবিট কাৰ্ডৰ অট’ পেমেন্টৰ নিয়ম সলনি হ’ব। এপ্ৰিলৰ পৰা...

Read moreDetails

হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক যোৱা ৫ বছৰৰ সফলতাসমূহৰ কথা ক’বলৈ কিয় ভয় খাইছে?-প্ৰশ্ন কংগ্ৰেছৰ

অসমৰ ৰাইজ কংগ্ৰেছৰ ৫ গেৰাণ্টিৰ সৈতে একাত্ম হৈ উঠাৰ পৰিপ্ৰেক্ষিতত, বিজেপিৰ হতাশাই এতিয়া স্পৰ্শ কৰিছে অৱনমনৰ নতুন গভীৰতা। কংগ্ৰেছ নেতৃত্বাধীন...

Read moreDetails

ৰক্তাক্ত ম্যানমাৰ : ৫০০ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰীক গুলীয়াই হত্যা ম্যানমাৰ সেনাৰ

নিৰস্ত্ৰ প্ৰতিবাদকাৰী ওপৰত গুলীবৰ্ষণ অব্যাহত ৰাখিছে ম্যানমাৰৰ জুণ্টাৰ সেনাই। ১ ফেব্ৰুৱাৰিত সামৰিক অভ্যুত্থানৰ যোগেদি গণতান্ত্ৰিক চৰকাৰক ক্ষমতাচ্যুত কৰি জুণ্টা শাসন...

Read moreDetails

উচ্চতা মাত্ৰ ১৮ ইঞ্চি! এইবাৰৰ কুম্ভ মেলাৰ প্ৰধান আকৰ্ষণ হ’ব এইগৰাকী নাগা সাধু

হৰিদ্বাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিখ্যাত কুম্ভ মেলাৰ প্ৰস্তুতি এতিয়া তুংগত উঠিছে। এনে সময়তে এগৰাকী নাগা সাধুৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ...

Read moreDetails

কংগ্রেছ দলে প্ৰতিশ্ৰুতি অনুসৰি পাঁচটা গেৰাণ্টিৰ সফল ৰূপায়ণ কৰিবই : ৰাহুল গান্ধী

অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হোৱা নিৰ্বাচনী প্ৰচাৰ অভিযানত নিজৰ প্ৰত্যয় প্ৰকাশ কৰি প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে...

Read moreDetails

শস্যৰ দ’মত অগ্নিকাণ্ড : জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ছটি শিশুৰ, আন দুটি নিখোজ; ক’ত সংঘটিত হ’ল এই অগ্নিকাণ্ড?

ছয়টিকৈ শিশু অগ্নিদগ্ধ হৈ মৃত্যু হৈছে বিহাৰৰ আৰাৰিয়া জিলাত। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বিহাৰৰ আৰাৰিয়া জিলাৰ পলাশী আৰক্ষী থানাৰ...

Read moreDetails

অসমৰ চাহ শ্ৰমিকৰ নীৰৱ ঘাতক উচ্চ-ৰক্তচাপৰ সমস্যা

৬২ বছৰীয়া চাহ শ্ৰমিক দুধনাথ ৰাজপুট দুপৰীয়াৰ আহাৰ খোৱাৰ পিছ্ত চাইকেলখন লৈ ওচৰৰ লাইনৰ এঘৰলৈ ওলাই গৈছিল । জেঠ মহীয়া...

Read moreDetails
Page 2353 of 5998 1 … 2,352 2,353 2,354 … 5,998

Stay Connected

Recent News