গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ উপকণ্ঠত অৱস্থিত ৰাণী এখন শান্ত আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা ঠাই। সেউজীয়া পাহাৰ, বনাঞ্চল আৰু নিৰ্মল পৰিৱেশৰ বাবে ৰাণী পিকনিক,...

Read moreDetails

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

ভূমি অধিকাৰ আন্দোলনৰ অগ্ৰণী নেতা তথা বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উপদেষ্টা আদিত চন্দ্ৰ ৰাভাক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন...

Read moreDetails

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

উজনি অসমৰ নাজিৰা আৰু চৰাইদেউত পুনৰ ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। বানৰ পানীয়ে বহু পৰিয়ালৰ ঘৰ-দুৱাৰ ক্ষতিগ্ৰস্ত কৰাৰ লগতে কৃষিভূমি...

Read moreDetails

বানত প্ৰতিবন্ধী লোকৰ সুৰক্ষা আৰু সাহায্যক লৈ IIRDDA-ৰ উদ্বেগ, তথ্য ৰাজহুৱা কৰাৰ দাবী

অসমৰ শেহতীয়া ভয়াৱহ বানপানীত ক্ষতিগ্ৰস্ত প্ৰতিবন্ধী লোকসকলৰ সুৰক্ষা, উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসনক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে Indian Institute of...

Read moreDetails

অসম-অৰুণাচল সীমান্তৰ সংঘাত : ভাতৃ হিচাপে আলোচনাৰে সমস্যা সমাধানৰ আহ্বান টি এম পি কেৰ

অসম আৰু অৰুণাচল প্ৰদেশ সীমান্তত শেহতীয়াকৈ সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক লৈ টি এম পি কেৰ নেতা ভাৱেজ মিৰিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ...

Read moreDetails

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

ৰাজ্য চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকত আন্তঃগাঁথনি উন্নয়ন, যুৱ কল্যাণ আৰু প্ৰশাসনিক বিষয়ৰ ওপৰত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এখন সংবাদমেল...

Read moreDetails

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

https://youtu.be/cKYANO3MLwo?si=41JHRcjvUeohyFz1 আকৌ ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বক্তৃতাৰ বিষয়ে আলোচনা কৰিবলৈ বাধ্য হ’লোঁ। এইবাৰ, সম্পূৰ্ণ বেলেগ এটা পটভূমিত। ধৰিত্ৰী সুৰক্ষা মঞ্চ, অসমে...

Read moreDetails

বান পৰিস্থিতিক লৈ জলসম্পদ বিভাগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ ভৰ্ৎসনা

উজনি অসমৰ বান পৰিস্থিতি আৰু বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ভূমিকা সন্দৰ্ভত কঠোৰ অসন্তুষ্টি প্ৰকাশ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। এক...

Read moreDetails

অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমত চলিত বানত মৃত্যুৰ সংখ্যা ১০১ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ১০খন জিলাত ১,২৬,৪৩১জন লোক ক্ষতিগ্ৰস্ত হৈছে। দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য...

Read moreDetails

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

সোমবাৰে ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক "স্থানীয় সংঘাত" বুলি অভিহিত...

Read moreDetails
Page 24 of 5984 1 … 23 24 25 … 5,984

Stay Connected

Recent News