কাছেম ছোলেইমানিক হত্যা : মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি ইৰাণৰ

দিন ভালে যোৱা নাই বিদায়ী মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। সমৰ্থকক উচতাই মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডিচিত হিংসা বিয়পোৱাৰ বাবে বিশ্ব...

Read moreDetails

ভাৰতত এতিয়ালৈকে ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠিছে এক কোটিৰো অধিক লোক

ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা এক কোটিৰো অধিক লোক ক’ৰ’নাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হৈ উঠিছে। যোৱা কিছু দিনৰ পৰা...

Read moreDetails

অখিল গগৈৰ জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ : কাৰাগাৰতে থাকিব অখিল

আজি জামিন লাভ নকৰিলে কৃষক নেতা অখিল গগৈয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষক নেতাগৰাকীৰ জামিন আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ অজিত বৰঠাকুৰ...

Read moreDetails

এসময়ত ২০০ টকাৰ বাবে খেলিছিল ক্ৰিকেট, আজি ভাৰতীয় টেষ্ট দলত ঘটিল অভিষেক

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছিডনীত আজিৰ পৰা আৰম্ভ হোৱা তৃতীয়খন মেচত ভাৰতীয় দলত অভিষেক ঘটিছে বেগী বলাৰ নৱদীপ চাইনীৰ। ভাৰতীয় টেষ্ট দলত...

Read moreDetails

ফেব্ৰুৱাৰীত গো-বিজ্ঞান পৰীক্ষা : আজৱ পাঠ্যক্ৰম; গৰুক হত্যা কৰিলেই আহে ভূমিকম্প!

কি এই যে বিচিত্ৰ আৰু আজৱ এই দেশ! দেশত প্ৰথমবাৰ অনুষ্ঠিত হ'বলৈ গৈ আছে গো-বিজ্ঞানৰ অনলাইন পৰীক্ষা। উল্লেখ্য যে বিজেপিয়ে...

Read moreDetails

নজিৰবিহীন ঘটনা : মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজধানীত ট্ৰাম্পৰ সমৰ্থকৰ হিংসা; এগৰাকী মহিলাৰ মৃত্যু

ক্ৰমাৎ শোচনীয় হৈ পৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডিচিৰ পৰিস্থিতি। বুধবাৰে সন্ধিয়াৰ পৰা ড’নাল্ড ট্ৰাম্পৰ সমৰ্থকে মাৰ্কিন যুক্তৰাষ্ট্ৰ ৰাজধানীত হিংসাত্মক...

Read moreDetails

কেন্দ্ৰই আনিব নতুন আইন!: ২ বছৰ জেইল, ২ লাখ পৰ্যন্ত জৰিমনা; ২১ বছৰ অনুৰ্ধই কৰিব নোৱাৰিব ধূমপান

ধূমপান তথা অন্যান্য ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু সেৱনৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰ। শেহতীয়াকৈ তাৰে ইংগিত প্ৰদান...

Read moreDetails

বাতিল হ’ব নেকি পৰৱৰ্তী টেষ্ট! : ছিডনী টেষ্টৰ পূর্বে ভাৰতীয় শিবিৰত অনিশ্চয়তাৰ কলীয়া ডাৱৰ!

ছিডনী টেষ্টৰ পূৰ্বে ব্ৰীছবেনত হ’বলগীয়া চতুৰ্থ টেষ্ট মেচক লৈ অনিশ্চয়তাই দেখা দিছে। প্ৰশাসনে কঠোৰ কোৱাৰেন্টাইন নিয়ম জাৰি কৰাৰ ফলত এই...

Read moreDetails

কাৰাগাৰৰ ভিতৰত নে মুকলি আকাশৰ তলত? কাইলৈ আদালতত অখিলৰ ভাগ্য নিৰ্ণয়

কাইলৈ আদালতত নিৰ্ণয় হব অখিল গগৈৰ ভাগ্য। গুৱাহাটী উচচ ন্যায়ালয়ে ৰায়দানৰ বাবে তালিকাভুক্ত কৰিছে অখিল গগৈৰ গোচৰ। পুৱা ১০.৩০ বজাত...

Read moreDetails

কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা : ১৪ জন আহত; পাঁচজনৰ অৱস্থা অতি সংকটজনক!

কলিয়াবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত আহত হৈছে ১৪ জনকৈ লোক। আহত পাঁচজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা...

Read moreDetails
Page 2591 of 5987 1 … 2,590 2,591 2,592 … 5,987

Stay Connected

Recent News