• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাঘ বিহুক আদৰাত ব্যস্ত টীয়কৰ লাহিং লক্ষ্মীবাৰীবাসী ৰাইজ

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
January 10, 2021 2:04 pm
বিহুৰ প্ৰস্তুতি

ফটো: নৰ্থইষ্ট নাও।

160
VIEWS
Share on FacebookShare on Twitter

কৰ’ণাৰ সন্ত্ৰাস ক্ৰমে হ্ৰাস হোৱাৰ সমান্তৰালভাৱে পুহ মাহৰ ঠেটুৱৈ ধৰা জাৰৰ মাজতো অসমবাসীয়ে চলাইছে অসমীয়াৰ চেনেহৰ ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি।

ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ টীয়কো l টীয়কৰ লাহিং লক্ষ্মীবাৰী অঞ্চলৰ ৰাইজো একত্ৰিত হৈ মাঘ বিহুৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

গাঁৱৰ যুৱচামে নৰাৰে ধুনীয়াকৈ ভেলা ঘৰ, মেজি খৰিৰ বাবে বাঁহ, কাঠ ফলাত ব্যস্ত। লগতে উৰুকাৰ নিশাৰ বাবে হাঁহ, মাছৰ যোগাৰ কৰিছে।

গাঁওখনৰ ঘৰে ঘৰে আয়তি সকলেও পৰম্পৰাগত খাদ্য পিঠা-পনা, জলপান আদি প্ৰস্তুতিত ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ তাৰ মাজতে সময় উলিয়াই ডেকাচামক কামত সহযোগিতা কৰিছে।

গাঁৱৰ ডেকা-বুঢ়া সকলো উক্ত স্থানত মিলিত হৈ কামৰ মাজতে বিহু গীতৰ তালে তালে নাচি আনন্দত আত্মহাৰা হৈ পৰিবেশ অতিকৈ জীপাল কৰি তুলিছে।

উল্লেখযোগ্য যে পূৰ্বৰ পৰম্পৰা নৱপ্ৰজন্মৰ সন্মুখত প্ৰদৰ্শন কৰাৰ লগতে অসমীয়া সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা থলুৱা বহু গ্ৰাম্য ক্ৰীড়া অনুস্থিত কৰাৰো দিহা কৰিছে উদ্যোক্তাসকলে।

বিহুৰ দিনা পুৱা মেজিৰ তলত সকলোৱে চাহ জলপান খাই মেজি প্ৰাংগণতে টেকেলি ভঙা, ৰচী টনাকে ধৰি বিভিন্ন খেল প্ৰতিযোগিতাৰ আয়োজন কৰিব বুলিও জানিবলৈ দিছে।

Recent News

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd