বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যালয়ত অনুষ্ঠিত এক সাংগঠনিক সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত 'আমাৰ সোণাৰ বাংলা' পৰিৱেশন কৰা...
Read moreDetailsক্ৰিকেট ইতিহাসৰ এক ঐতিহাসিক মুহূৰ্তৰ বাবে সাজু হৈছে অসম। প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’ব মহিলা আই চি চি বিশ্বকাপ-২০২৫ৰ...
Read moreDetailsনলবাৰীত বীৰ লাচিত সেনাৰ লগত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সংঘাত তীব্ৰতৰ হৈ উঠিছে। নলবাৰীৰ হাটখোলাস্থিত বীৰ লাচিত সেনাৰ...
Read moreDetailsঅসমীয়া চলচ্চিত্ৰ জগতত ইতিহাস সৃষ্টি কৰি জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত অন্তিম ছবি ‘ৰৈ ৰৈ বিনালে’ অহা ৩১ অক্টোবৰত মুক্তি লাভ...
Read moreDetailsজুবিন গাৰ্গৰ মৃত্যুৰ অব্যাহত থকা তদন্তৰ সন্দৰ্ভত মঙলবাৰে অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দলৰ (SIT) সন্মুখত হাজিৰ হয় লেখিকা ড০ ৰীতা...
Read moreDetailsগিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ফ্লেগশ্বিপ ইভেণ্ট জিচিইউ মডেল ইউনাইটেড নেচনছ কনফাৰেন্স ২০২৫ৰ দ্বিতীয় সংস্কৰণ। ইয়াৰ অধীনত তিনিদিনীয়া হ’বলগা...
Read moreDetailsশিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ভয়াৱহ এনাকোণ্ডা সাপৰ সৈতে তুলনা কৰে। তেওঁ অভিযোগ কৰে যে শ্বাহে এনাকোণ্ডা...
Read moreDetailsমঙলবাৰে (২৮ অক্টোবৰ) পুৱা জাগীৰোডৰ শিলচাঙত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত তিনিজন লোক নিহত হয়।...
Read moreDetailsকেন্দ্ৰীয় জাহাজ, বন্দৰ আৰু জলপথ মন্ত্ৰালয়ে ভাৰত আৰু শ্ৰীলংকাৰ মাজত নতুন ফেৰী সেৱা আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে। শ্ৰীলংকাৰ জাহাজ...
Read moreDetailsমঙলবাৰে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ পাঁচজন অভিযুক্তৰ ন্যায়িক জিম্মা আৰু ১৪ দিন বৃদ্ধি কৰে। এই পাঁচজন...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd