অসমত এক লাখ অতিক্ৰম ক’ভিডৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যাৰ

ক’ভিড১৯ৰ পৰা আৰোগ্য ব্যক্তিৰ সংখ্যাই অসমত মঙলবাৰে এক লাখৰ সীমা অতিক্ৰম কৰিছে। নতুনকৈ চিকিৎসালয় এৰা ২১৬৬গৰাকী ব্যক্তিৰ সৈতে অসমত ক’ভিডৰ...

Read moreDetails

অসমত ২৫৭৯ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৭.৪৮ শতাংশ

২৫৭৯গৰাকী ব্যক্তি অসমত মঙলবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ হৈছে ৭.৪৮ শতাংশ। যোৱা ২৪ ঘণ্টাত ৩৪,৪৬২টা টেষ্টত...

Read moreDetails

অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩৭৮লৈ বৃদ্ধি

আৰু আঠগৰাকী ক’ভিড ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, মঙলবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩৭৮লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ওদালগুৰিৰ...

Read moreDetails

ভাৰতীয় ৰেডিঅ’ এষ্ট্ৰ’নোমিৰ পিতৃ পুৰুষ প্ৰখ্যাত বিজ্ঞানী গোবিন্দ স্বৰূপৰ দেহাৱসান

ভাৰতীয় ৰেডিঅ' এষ্ট্ৰ'নোমিৰ পিতৃ পুৰুষ গোবিন্দ স্বৰূপৰ সোমবাৰে ৯১ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে। বাৰ্ধক্যজনিত অসুস্থতাত ভুগি থকা প্ৰখ্যাত বিজ্ঞানী গৰাকীয়ে...

Read moreDetails

ফণী-কেশৱলৈ আদালতৰ চমন : পদচ্যুত হ’ব নেকি অগপৰ মইবৰ নেতাদ্বয় অতুল-কেশৱ?

তিনিটাকৈ গুৰুত্বপূৰ্ণ পদৰ পৰা পদচ্যুত হোৱাৰ সম্ভাৱনাই দেখা দিছে অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু মন্ত্ৰী ফণীভুষণ...

Read moreDetails

ত্ৰিপুৰাত ২৪ ঘণ্টাত ৯ গৰাকী ক’ৰ’না আক্ৰান্তৰ মৃত্যু

ত্ৰিপুৰাত বিগত ২৪ ঘণ্টাত নতুনকৈ ৯ গৰাকী কোভিড আক্ৰান্তই প্ৰাণ হেৰুৱাবলগীয়া হয়। ইয়াৰ ফলত ৰাজ্যখনত ক'ৰ'নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা...

Read moreDetails

গণধৰ্ষণৰ বলি দুই নাবালিকা : বিহ পান কৰি এগৰাকীৰ আত্মহত্যা, আন গৰাকী চিকিৎসাধীন

৭ যুৱকৰ বিকৃত কামনাৰ বলি হোৱা দুগৰাকী নাবালিকাই বিহ পান কৰি আত্মহত্যাৰ চেষ্টা চলায়। ইয়াৰে এগৰাকী নাবালিকাৰ মৃত্যু হৈছে আৰু...

Read moreDetails

মানসিকভাৱে হতাশাগ্ৰস্তৰ বাবে কেন্দ্ৰই আৰম্ভ কৰিলে ২৪x৭ টোল ফ্রী হেল্পলাইন নম্বৰ

ক’ৰ’ণা মাহামাৰীয়ে নাগৰিকৰ জীৱনলৈ কঢ়িয়াই আনিছে মানসিক হতাশাগ্ৰস্ততা। ল’কডাউনৰ ফলত ঘৰতে আৱদ্ধ হৈ পৰাৰ ফলত দেশৰ অসংখ্য লোক মানসিক অৱসাদগ্ৰস্ততাৰো...

Read moreDetails

মাৰ্ঘেৰিটাত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই বাঁ‌হবাৰীৰ সমীপত আজি সন্ধিয়া প্ৰায় ৭-৩৫ মান বজাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত...

Read moreDetails

কাশ্মীৰত পাকিস্তানী পতাকা উত্তোলন কৰা তিনিগৰাকী দুস্কৃতিকাৰী গ্ৰেপ্তাৰ, গ্ৰেনেড উদ্ধাৰ

জম্মু-কাশ্মীৰৰ বন্দীপোৰা জিলাত পাকিস্তানী পতাকা উত্তোলন কৰা দোষত জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে তিনিজন দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰে। জম্মু-কাশ্মীৰ আৰক্ষীয়ে দুস্কৃতিকাৰী তিনিজনৰ...

Read moreDetails
Page 2998 of 5988 1 … 2,997 2,998 2,999 … 5,988

Stay Connected

Recent News