অসমত নতুনকৈ ক’ভিড আক্ৰান্ত ৩৫৫৫, আৰোগ্য ১৮৩৪

৩৫৫৫গৰাকী ব্যক্তি অসমত বুধবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হোৱাৰ বিপৰীতে ১৮৩৪গৰাকীয়ে আৰোগ্য লাভ কৰি চিকিৎসালয় এৰিছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৭.৪৪...

Read moreDetails

অসমত আৰু আঠ ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ৩২৩লৈ বৃদ্ধি

আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, বুধবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ৩২৩লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে— ডিব্ৰুগড়ৰ...

Read moreDetails

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চোৰাংচিকাৰী গ্ৰেপ্তাৰ, হৰিণাৰ মাংস উদ্ধাৰ

বনৰক্ষীয়ে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত এজন চোৰাংচিকাৰী কৰায়ত্ত কৰিছে আৰু তেওঁৰ জিম্মাৰ পৰা হৰিণাৰ মাংস আৰু নেজ উদ্ধাৰ কৰিছে। ধৃত চোৰাংচিকাৰীজনক...

Read moreDetails

টীয়কত পথ মেৰামতিৰ দাবীত ধৰ্ণা : বিধানসভাৰ নিৰ্বাচন বৰ্জনৰ হুংকাৰ ৰাইজৰ

দল-সংগঠনৰ প্ৰতি বিশ্বাস কমিছে নেকি সাধাৰণৰ জনতাৰ ? তেনে এক প্ৰশ্নৰ অৱতাৰণা হৈছে আজু টীয়কত। কোনো দল সংগঠনৰ নেতৃত্বত নহয়,...

Read moreDetails

হিন্দীক কাশ্মীৰৰ চৰকাৰী ভাষা কৰাৰ প্ৰস্তাৱত অনুমোদন কেবিনেটৰ

শীঘ্ৰেই জম্মু-কাশ্মীৰত চৰকাৰী ভাষাৰ মৰ্যাদা পাব হিন্দী ভাষাই। কেন্দ্ৰীয় কেবিনেটে আজি এই সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনায়। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে...

Read moreDetails

নাবালকৰ গাত উতলা পানী ঢলা ডিব্ৰুগড়ৰ চিকিৎসক পলাতক

বনকৰা নাবালকৰ গাত উতলা পানী ঢালি দিয়া ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ সিদ্ধি প্ৰসাদ দেউৰী পলাতক হৈ আছে। চিকিৎসকগৰাকীৰ ঘৰলৈ যোৱা মিলন...

Read moreDetails

অখণ্ডতা আৰু নিৰাপত্তাৰ খাতিৰত ভাৰতত নিষিদ্ধ কৰা হ’ল PUBGসহ ১১৮ টা মোবাইল এপ

PUBGসহ ১১৮ টা মোবাইল এপ ভাৰতত নিষিদ্ধ কৰা হৈছে। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিছে এই এপসমূহ। উল্লেখ্য যে ভাৰত-চীনৰ লাডাখ...

Read moreDetails

বেংকত ওলাইছে হাজাৰ হাজাৰ চাকৰি,আবেদন কৰিব লাগিব ২৩ ছেপ্তেম্বৰৰ ভিতৰত

ক’ৰ’ণাতংকৰ মাজতে দেশৰ নিৱনুৱা সকলৰ বাবে সুখবৰ। এই সুখবৰ কঢ়িয়াই আনিছে ইনষ্টিটিউট অৱ বেংকিং পাৰ্চনেল ছিলেকচন চমুকৈ IBPS  এ। দেশৰ...

Read moreDetails

অচিৰেই গঠন হ’ব চুতীয়া জাতিৰ ৰাজনৈতিক মঞ্চ; ১০ টা সমষ্টিত প্ৰক্ষেপ কৰিব প্ৰাৰ্থী

অচিৰেই গঠন হ’ব চুতীয়া জাতি-জনগোষ্ঠীৰ এখন ৰাজনৈতিক মঞ্চ। গুৱাহাটীৰ সতী সাধনী ভৱনত এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰিছে চুতীয়া...

Read moreDetails
Page 3019 of 5988 1 … 3,018 3,019 3,020 … 5,988

Stay Connected

Recent News