ভাৰতত প্ৰতিদিনে কোভিডত আক্ৰান্ত হৈছে গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ সংখ্যা।স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি দেশত নিতৌ গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক ক’ৰ’ণাত আক্ৰান্ত...

Read moreDetails

অৱশেষত সিদ্ধান্ত সলালে ভাৰতে: ৰাছিয়াত চীন-পাকিস্তানৰ সৈতে ভাগ নলয় সামৰিক অনুশীলনত

ছ’চিয়েল মিডিয়াকে ধৰি অন্যান্য মাধ্যমত হোৱা সমালোচনাৰ অন্তত ৰাছিয়াত ছেপ্তেম্বৰৰ ১৫-২৬ তাৰিখলৈ হ’বলগীয়া কাভকাজ-২০২০ সামৰিক অনুশীলনত ভাগ লোৱাৰ সিদ্ধান্ত সলনি...

Read moreDetails

ৰিলায়েন্সৰ হাতলৈ ফিউচাৰ গ্ৰুপৰ ৰিটেইল বিজনেছ বিগ বাজাৰ আৰু FBB

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধীনৰ কোম্পানী ৰিলায়েন্স ৰিটেইল ভেন্সাৰ্ছ লিমিটেডে ফিউচাৰ গ্ৰুপৰ ৰিটেইল আৰু হোলচেল ব্যৱসায় আৰু লজিষ্টিকছ এণ্ড ৱেৰহাউছিং ব্যৱসায় নিজৰ...

Read moreDetails

কোভিডত আক্ৰান্ত অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবল টেনিছ খেলুৱৈ নিপজ্যোতি বৰুৱাৰ মৃত্যু

কোভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু ঘটিছে অসমৰ প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেবল টেনিছ খেলুৱৈ নিপজ্যোতি বৰুৱাৰ। কিছুদিন পূৰ্বে...

Read moreDetails

ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ সুখৱৰ: বিত্ত বিভাগে জাৰি কৰিলে এই নিৰ্দেশনা

কৰ’না সংকটৰ মাজতে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিত্ত বিভাগে কঢ়িয়াই আনিছে এক সুখৱৰ। ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীয়ে ছেপ্টেম্বৰৰ প্ৰথমভাগতে পাব আগষ্ট...

Read moreDetails

অসমত ১৪৪০ নতুন ক’ভিড আৰোগ্য; সক্ৰিয় ৰোগী ২০,৯৯২

১৪৪০গৰাকী ব্যক্তিয়ে অসমত ক’ভিড১৯ৰ পৰা আৰোগ্য হৈ শনিবাৰে চিকিৎসালয় এৰিছে। এইসকলক ধৰি অসমত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা ব্যক্তিৰ...

Read moreDetails

অসমত ২৪২৭ নতুন ক’ভিড আক্ৰান্ত, পজিটিভৰ হাৰ ৬.৫৮ শতাংশলৈ বৃদ্ধি

২৪২৭গৰাকী ব্যক্তি অসমত শনিবাৰে ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছে। টেষ্টৰ তুলনাত পজিটিভৰ হাৰ ৬.৫৮ শতাংশলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে এই হাৰ আছিল...

Read moreDetails

অসমত আৰু তিনি ক’ভিড ৰোগীৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৮৯লৈ বৃদ্ধি

আৰু তিনিগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে, শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ২৮৯লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—ডিব্ৰুগড়ৰ দীপালী...

Read moreDetails

আনলক ৪: ছেপ্তেম্বৰত কি খোল খাব, কি বন্ধ থাকিব? ||সবিশেষ

কেন্দ্ৰীয় গৃ্হ মন্ত্ৰ্যালয়ে শনিবাৰে আনলক ৪ৰ নিৰ্দেশনাৱলী জাৰি কৰিছে। ১ ছেপ্তেম্বৰৰ পৰা এইসমূহ কাৰ্য্যকৰী হ’ব। এই নিৰ্দেশনাৱলীত ২১ ছেপ্তেম্বৰৰ পৰা...

Read moreDetails

ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে নিলাম কৰিব গুৱাহাটীত পৰি ৰোৱা Pilatus PC-12/45 বিমান

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এলাগী হৈ পৰি ৰোৱা এখন Pilatus PC-12/45 বিমান নিলাম কৰিবলৈ ওলাইছে ভাৰতীয় বিমান...

Read moreDetails
Page 3033 of 5988 1 … 3,032 3,033 3,034 … 5,988

Stay Connected

Recent News