ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ভাৰতৰ অৰ্থনৈতিক ব্যৱস্থাত পৰা প্ৰভাৱ সম্পৰ্কত মত ব্যক্ত কৰিছে ইনফোচিছৰ সহযোগী প্ৰতিষ্ঠাতা নাৰায়ণ মুৰ্থিয়ে। ল’কডাউনৰ বাবে...
Read moreDetailsকৰ’না ভাইৰাছৰ চৰিত্ৰ সম্পৰ্কে বিভিন্ন তথ্য ইতিমধ্যে প্ৰকাশ পাইছে আৰু ইয়াৰে কিছুমান সময়ত সত্য বুলি প্ৰমানিত হোৱাৰ বিপৰীতে আন কিছুমান...
Read moreDetailsনিজৰ সমষ্টিৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কামকাজৰ খতিয়ান লবলৈ কৃষি মন্ত্ৰী অতুল বৰাই ১ মে' ত বোকাখাতৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত এখন...
Read moreDetailsমাৰাত্মক কৰ’না ভাইৰাছৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰি নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি স্বাস্থ্য কৰ্মী, আৰক্ষীৰ লগতে চৰকাৰে যুঁজ দি থকাৰ সময়তে...
Read moreDetailsদেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয় সমূহত ক’ৰ’না আক্ৰান্ত সকলক চিকিৎসা আগবঢ়াই থকা চিকিৎসা কৰ্মীসকলৰ প্ৰতি ৩ মে’ত সন্মান প্ৰদৰ্শন কৰিব ভাৰতীয়...
Read moreDetailsল’কডাউনৰ সময়ত গুৱাহাটীৰ ৰূপাংকৰ ভট্টাচাৰ্য্য নামৰ এগৰাকী যুৱকে ফল্ডিং অসমীয়া ফুলাম জাপি প্ৰস্তুত কৰি উলিয়াইছে। কোভিড-১৯-ৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে...
Read moreDetailsকিশোৰ আৰু যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় মোবাইল গেম পাবজিয়ে কাল হ’ল যোৰহাট জিলাৰ মৰিয়নিৰ নকছাৰিৰ এগৰাকী যুৱকৰ বাবে। নকছাৰী দহোটীয়া...
Read moreDetailsউত্তৰ-পূব ভাৰতৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ অন্যতম সংস্থা আৰণ্যকে শুকুৰবাৰে “ইক’ এন ই” (www.econe.in) নামৰ এখন অনলাইন আলোচনী তথা ডিজিটেল প্লেটফর্ম...
Read moreDetailsলকডাউনৰ মাজতে শুক্ৰবাৰে গোলাঘাট জিলাৰ মৰঙিৰ ঢলাগুৰি চাহ বাগিচাত নাহৰফুটুকী বাঘৰ আক্ৰমণত আহত হয় এজন লোক ৷ শ্ৰমিক দিৱসৰ বাবে...
Read moreDetailsসুৰাপায়ী সকলৰ বাবে সুখবৰ। ৩ মে’ৰ পাছত দুসপ্তাহলৈ ল’কডাউন বৃদ্ধি পালেও ৩ মেৰ পাছত সুৰাৰ বিপণী খোলাৰ অনুমতি দিছে কেন্দ্ৰীয়...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd