প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বড়ো চুক্তিক অসমৰ শান্তি আৰু বিকাশৰ হকে এক ঐতিহাসিক দস্তাবেজ আখ্যা দিয়ে। বড়ো চুক্তিক প্ৰশংসা কৰি...
Read moreDetailsৰঞ্জি ট্ৰফীত হতাশজনক প্ৰদৰ্শনেৰে পুনৰ নিৰ্লৰ্জ পৰাজয় স্বীকাৰ কৰিছে অসমে। ওড়িশাৰ কটকৰ ড্ৰীমছ গ্ৰাউণ্ডত ৰঞ্জি ট্ৰফীৰ এলিট গ্ৰুপ ‘চি’ৰ অসম...
Read moreDetailsভাৰতৰ কেন্দ্ৰীয় আয়ুস মন্ত্ৰণালয়ে চীন, মালেছিয়াকে ধৰি বিশ্বৰ কেইবাখনো দেশত আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছ হোমিঅ’পেথি চিকিৎসাৰ জৰিয়তে ৰোধ কৰা...
Read moreDetailsপ্ৰাক্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীৰ মৃত্যুৰ ভৱিষ্যৎবাণী কৰা জ্যোতিষীজনে একেবাৰে নিৰ্ভুলভাৱে দিছিল সেই আগতীয়া বাৰ্তা।...
Read moreDetailsকেন্দ্ৰীয় চৰকাৰৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ গুৱাহাটী কাৰ্যালয়ৰ উদ্যোগত আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা হয়৷ কাজিৰঙাৰ...
Read moreDetailsবোকাখাত মহকুমাৰ কমাৰগাঁওৰ দিহিঙীয়া মহুৰা পথাৰত অহা ৫ ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈকে অনুষ্ঠিত হ’বলগীয়া শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ বাবে...
Read moreDetailsয়ুনাইটেড ফ’ৰাম অব বেংক য়ুনিয়নছ, চমুকৈ য়ু এফ বি য়ু-এ শুকুৰবাৰৰ পৰা দুদিনীয়া ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব। দুদিনীয়া ধৰ্মঘটৰ ফলত...
Read moreDetailsনগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ পৰ্যটন থলী চাপানালাত মাঘী সপ্তমীৰ তিথিত যুগ-যুগ ধৰি ঐতিহাসিক চম্পাৱতী কুণ্ডমেলা অনুষ্ঠিত হৈ আহিছে। এইবাৰো বৃহস্পতিবাৰে...
Read moreDetailsৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চাৰ্জিল ইমামৰ স্বীকাৰোক্তিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ। দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা...
Read moreDetailsআজি বড়ো শান্তি চুক্তিত স্বাক্ষৰ কৰা এন ডি এফ বিৰ চাৰিটা গোটৰ প্ৰায় ১৫৫০জন কেডাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে আত্মসমৰ্পন কৰিব। অসম...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd