মণিপুৰবাসীৰ লগতে ভাৰতক গৌৰৱান্বিত কৰি বিদেশী ক্লাবৰ সৈতে জড়িত হৈ পৰা একমাত্ৰ পেচাদাৰী ভাৰতীয় মহিলা ফুটবলাৰত পৰিণত হ’ল প্ৰতিভাৱান ফুটবলাৰ বালা...
Read moreDetailsমণিপুৰৰ এগৰাকী মহিলাৰ শৰীৰত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ লক্ষণ ধৰা পৰিছে। সংবাদ মাধ্যমৰ বাতৰি মতে মহিলাগৰাকীয়ে কিছু দিন পূৰ্বে দক্ষিণ পূব...
Read moreDetailsযি সময়ত প্ৰকৃতিৰ হৰিজন স্বৰূপ শগুনৰ সংৰক্ষণ আৰু বংশবৃদ্ধিৰ বাবে দেশজুৰি ব্যাপক চিন্তা-চৰ্চা চলি আছে, ঠিক সেই সময়তে গোৱালপাৰা জিলাত...
Read moreDetailsমুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কৰিমগঞ্জ জিলাৰ বদৰপুৰস্থিত নবীন চন্দ্ৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ...
Read moreDetailsনাগৰিকত্ব (সংশোধন) আইন, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা জনতা দল য়ুনাইটেড (জেডিয়ু)-ৰ সহ-সভাপতি প্ৰশান্ত কিশোৰক দলৰ...
Read moreDetailsনিউজিলেণ্ডৰ হেমিল্টনত অনুষ্ঠিত টি-২০ শৃংখলাৰ তৃতীয়খন মেচত এক অনবদ্য অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে। ভাৰতৰ...
Read moreDetailsগৰ্ভপাতৰ উৰ্দ্ধসীমা বৃদ্ধি কৰি ২০ সপ্তাহৰ পৰিৱৰ্তে ২৪ সপ্তাহ কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আহিবলগীয়া বাজেট অধিবেশনতে এই...
Read moreDetailsকেন্দ্ৰ চৰকাৰৰ সৈতে উত্তৰ-পূবৰ বিদ্ৰোহী সংগঠন সমূহৰ শান্তি আলোচনা অনুষ্ঠিত হৈ থকাৰ পাছত ভাৰতীয় স্থলসেনা প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাভানে...
Read moreDetailsত্ৰিপুৰাৰ মনিৰ হুছেইন নামৰ এগৰাকী ২৩ বছৰীয়া যুৱকৰ ক'ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে। মনিৰ হুছেইনে মালেছিয়াৰ এখন ৰেষ্টুৰেণ্টত কাম...
Read moreDetailsএ পি এছ বিষয়া বীৰ বিক্ৰম গগৈক ডিমা হাচাও জিলাৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত কৰা হৈছে। অধীক্ষক গৰাকীয়ে আজি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd