পাকিস্তান ক্ৰিকেট দলত হিন্দু খেলুৱৈক উৎপীড়ন চলোৱা সন্দৰ্ভত আখতাৰৰ বিস্ফোৰক মন্তব্য

পাকিস্তান ক্ৰিকেট দলৰ ড্ৰেছিং ৰুমত জাতীয় দলৰ হৈ খেলা এগৰাকী হিন্দু ক্ৰিকেটাৰক উৎপীড়ন চলোৱা সন্দৰ্ভত দলটোৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব...

Read moreDetails

চিৰাঙৰ আই নদীৰ পাৰত আজিৰ পৰা আৰম্ভ হ’ব ‘দৈজিং উৎসৱ’

চিৰাং জিলাৰ আই নৈৰ দাঁতিত প্ৰকৃতিৰ মনোমোহা তথা নৈসৰ্গিক দৃষ্টিনন্দন পৰিৱেশৰ মাজেৰে আজিৰ পৰা আৰম্ভ হ’ব চতুৰ্থ সংখ্যক দৈজিং উৎসৱ।...

Read moreDetails

কাৰ্গিল যুদ্ধৰ হিৰো মিগ-২৭ ক আনুষ্ঠানিকভাৱে বিদায় জনালে ভাৰতীয় বায়ুসেনাই

১৯৯৯ চনৰ ভাৰত-পাকিস্তান কাৰ্গিল যুদ্ধৰ সময়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ভাৰতীয় বায়ু সেনা বাহিনীৰ মিগ-২৭ যুদ্ধ বিমানক আনুষ্ঠানিকভাৱে বিদায় জনাই...

Read moreDetails

‘বৰনদী ভটিয়ায়’লৈ শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান

চতুৰ্থ সংখ্যক শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ২০১৯ত অনুপম কৌশিক বৰাৰ ‘বৰনদী ভটিয়ায়’ চিনেমাখনক শ্ৰেষ্ঠ চিনেমা হিচাপে নিৰ্বাচিত কৰা হৈছে। বৃহস্পতিবাৰে...

Read moreDetails

চহিদৰ তেজ কেতিয়াও অথলে যাবলৈ নিদিওঁ; ইশ্বৰ নায়কৰ বাসগৃহত আছুৰ মুখ্য উপদেষ্টা

নাগৰিকত্ব (সংশোধনী) আইন বিৰোধী আন্দোলনৰ সময়ত গুৱাহাটীত নিৰাপত্তাৰক্ষীৰ গুলীত চহিদ হোৱা ইশ্বৰ নায়কৰ ঘৰত বৃহস্পতিবাৰে উপস্থিত হয় সদৌ অসম ছাত্ৰ...

Read moreDetails

ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন

অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত ক’লা পতাকা প্ৰদৰ্শন কৰে। বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাৰ গৃহলৈ...

Read moreDetails

কা’ক লৈ মুকলি বিতৰ্কত ভাগ ল’বলৈ সমুজ্জ্বল ভট্টাচাৰ্যক মুকলি প্ৰত্যাহ্বান হিমন্তৰ

সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ নেতৃত্বত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে চলি থকা প্ৰতিবাদত সাধাৰণ জনতাৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণে...

Read moreDetails

মেঘালয়ৰ ভাৰত-বাংলাদেশ সীমান্তত বৃহৎ সংখ্যক গৰু উদ্ধাৰ

সীমান্ত সুৰক্ষা বাহিনীয়ে বুধবাৰ আৰু বৃহস্পতিবাৰে মেঘালয় আন্তঃৰাষ্ট্ৰীয় সীমান্তত ২০৮ টা গৰু অবৈধ সৰবৰাহকাৰীৰ কবলৰ পৰা বাংলাদেশলৈ চালান দিবলৈ গৈ...

Read moreDetails

খ্ৰীষ্টমাছৰ বন্ধত ধোনীৰ সৈতে পণ্ট; ডুবাইত দুই তাৰকাৰ খ্ৰীষ্টমাছ উদযাপন

খ্ৰীষ্টমাছত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ওচৰত উপস্থিত হয় উইকেটকীপাৰ বেটছমেন ঋষভ পণ্ট। ধোনীৰ সৈতে পণ্টক খ্ৰীষ্টমাছৰ পাৰ্টিত...

Read moreDetails

কা-বিৰোধিতাত হিংসাক লৈ সেনা মুৰব্বীৰ মন্তব্য, বিৰোধীৰ সমালোচনা

সেনা মুৰব্বী জেনেৰেল বিপিন ৰাৱতে নাগৰিকত্ব (সংশোধন) আইন ২০১৯-বিৰোধী আন্দোলনত হোৱা হিংসাত্মক ঘটনা আৰু নেতৃত্ব সন্দৰ্ভত বৃহস্পতিবাৰে মন্তব্য কৰিছে। বিপৰীতে...

Read moreDetails
Page 3827 of 5979 1 3,826 3,827 3,828 5,979

Stay Connected

Recent News