এশৰো অধিক যাত্ৰী কঢ়িওৱা গ’ এয়াৰৰ বিমানত বিজুতি; গুৱাহাটীত জৰুৰীভাৱে অৱতৰণ

গুৱাহাটীৰ পৰা কলকাতা অভিমুখী গ’ এয়াৰৰ এখন বিমানৰ উৰণৰ সময়তে যান্ত্ৰিক বিজুতি ঘটাত জৰুৰীভাৱে অৱতৰণ কৰিবলগীয়া হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ...

Read moreDetails

আলফাৰ চহিদৰ পৰিয়াললৈ আৰ্থিক সাহায্য দিব মহিলাৰীয়ে; আত্মসমৰ্পণকাৰী আলফা সদস্যকো দিব ঘৰ, সাহায্য

অসম আন্দোলনৰ চহিদসকলৰ দৰে আলফাৰ চহিদসকলৰ পৰিয়ালকো চৰকাৰৰ সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰিছে বিটিচিৰ মুখ্য কাৰ্য্যবাহী হাগ্ৰামা মহিলাৰীয়ে। অহা...

Read moreDetails

আলফা নেতা জিতেন দত্তক মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ; কাৰাগাৰলৈ প্ৰেৰণ

’কা’ বিৰোধী প্ৰতিবাদৰ সময়ত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ভিনাৰ মিলস্থিত আৰ এছ এছৰ এটা কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰাৰ অভিযোগত...

Read moreDetails

আছুৰ উদ্যোগত নাগৰিক সমাজৰ অৱস্থান; অসম বিচ্ছিন্ন হ’বলৈ বেছিপৰ নালাগিব: বুৰঞ্জীবিদ প্ৰেম গগৈ

সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰতো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিক সমাজৰ অৱস্থান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিৱসাগৰ জিলা উপায়ুক্তৰ...

Read moreDetails

সমাৱৰ্তনৰ দিনা CAAৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে

তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সোমবাৰে সপ্তদশ সমাৱৰ্তনৰ দিনটোত বিশ্ববিদ্যালয়খনৰ চৌহদত সমবেত হৈ নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰে। বিশ্ববিদ্যালয়খনৰ...

Read moreDetails

হোজাইত অবৈধ কাঠফলা মিলৰ মালিকৰ আক্ৰমণত আহত বনৰক্ষী আৰু আৰক্ষী জোৱান

হোজাইত আজি অবৈধ কাঠফলা মিল উচ্ছেদ কৰিবলৈ গৈ মালিকৰ আক্ৰমণৰ সন্মুখীন হৈছে দুজন বনৰক্ষী আৰু এজন আৰক্ষী জোৱান। তিনিওজনকে ততাতৈয়াকৈ...

Read moreDetails

ফোনত নিজক গোপনে ৰাখি কেনেদৰে ফোন কৰিব আনক?

কাৰোবাক প্ৰাইভেট নম্বৰেৰে ফোন কৰিবলগীয়া হ’লে বা কোনো লোকক ফোন কৰোতে নম্বৰটো গোপনে ৰাখিব লগীয়া হ’লে সাধাৰণতে আমি সকলোৱে বেছিভাগ...

Read moreDetails

CAA-NRC বিৰোধী বিজ্ঞাপন বন্ধৰ নিৰ্দেশ আদালতৰ; স্তব্ধ মমতাৰ দূৰন্ত ৰথ!

CAA-NRC ৰ বিৰোধিতা কৰি পশ্চিমবংগ চৰকাৰে প্ৰচাৰ কৰা বিজ্ঞাপনৰ ওপৰত কলকাতা উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে। সোমবাৰে উচ্চ ন্যায়ালয়ৰ মুখ্য...

Read moreDetails

ঝাৰখণ্ডৰ নিৰ্বাচনী ফলক দেশজুৰি উদযাপন ছ’চিয়েল মিডিয়া য়ুজাৰৰ

মাত্ৰ ৮১খন বিধানসভাৰ আসন থকা ঝাৰখণ্ডৰ নিৰ্বাচনী ফলাফলক আজি দেশৰ বিভিন্ন ঠাইৰ ছ’চিয়েল মিডিয়া য়ুজাৰে উদযাপন কৰা দেখা গৈছে। আয়তনত...

Read moreDetails

পুৰুষতকৈ অধিক ধূম্ৰপান কৰে মহিলাই: ক’লে বিশ্ব স্বাস্থ্য সংস্থাই

প্ৰথমবাৰৰ বাবে এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ধূম্ৰপানৰ ক্ষেত্ৰত এতিয়া পুৰুষতকৈ মহিলা আগত আছে। বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization)ই...

Read moreDetails
Page 3834 of 5978 1 3,833 3,834 3,835 5,978

Stay Connected

Recent News