ডিজিটেল প্ৰতিবাদলৈ ভয়!, পুনৰ ২৪ ঘণ্টালৈ বৃদ্ধি ইণ্টাৰনেট সেৱা বন্ধৰ ম্যাদ

ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা বিজেপি চৰকাৰৰ ডিজিটেল প্ৰতিবাদলৈ ভয়। পুনৰ ২৪ ঘণ্টাৰ বাবে বৃদ্ধি কৰিলে ইণ্টাৰনেট সেৱাৰ বন্ধৰ ম্যাদ। মঙলবাৰ...

Read moreDetails

চেন্নাইত হোপ-হেটমেয়াৰৰ ধুমুহাত বিধ্বস্ত টীম ইণ্ডিয়া; দুৰ্দান্ত বিজয় ৱেষ্টইণ্ডিজৰ

এদিনীয়া ক্ৰিকেটৰ ৰেংকিঙত নৱম স্থানত থকা দলটোৱে দ্বিতীয় স্থানৰ দলটোক দিশহাৰা কৰি তুলিলে দেওবাৰে চেন্নাইত। টী-২০’ত দুৰ্ধৰ্ষ হিচাপে পৰিচিত দলটোৱে...

Read moreDetails

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তৰ প্ৰদেশত অসমৰ দন্ত চিকিৎসা শিক্ষাৰ্থীৰ প্ৰতিবাদ

উত্তৰ প্ৰদেশত অধ্যয়ন কৰি থকা অসমৰ দন্ত চিকিৎসা বিষয়ৰ শিক্ষাৰ্থীসকলেও নাগৰিকত্ব সংশোধনী আইন ২০১৯’ৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। নতুন নাগৰিকত্ব...

Read moreDetails

এই পৰিস্থিতিত কেন্দ্ৰৰ সৈতে শান্তি চুক্তিত যোৱাত নাই: অনুপ চেতিয়া

নাগৰিকত্ব (সংশোধন) আইন ২০১৯ক লৈ অসমত চলিত পৰিস্থিতিত আলফা কেন্দ্ৰৰ সৈতে শান্তি চুক্তিলৈ নাযায় বুলি আলফা নেতা অনুপ চেতিয়াই মন্তব্য...

Read moreDetails

মাৰ্ঘেৰিটাত অব্যাহত আছে CAA বিৰোধী প্ৰতিবাদ; ৫জনক গ্ৰেপ্তাৰ

নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাৰ প্ৰতিবাদ সাব্যস্ত...

Read moreDetails

অসমৰ পৰস্থিতি ভয়ানক; বাতিল হ’ব পাৰে ভাৰত-শ্ৰীলংকাৰ টি-২০ মেচ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত চলি থকা তীব্ৰ আন্দোলনৰ ফলস্বৰূপত অহা ৫ জানুৱাৰিত গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব লগীয়া ভাৰত-শ্ৰীলংকাৰ মাজৰ...

Read moreDetails

অতুল-কেশৱ-ফণী-বীৰেনৰ পদত্যাগ দাবীত অগপ কাৰ্য্যালয়তে ধৰ্মঘটত প্ৰতিষ্ঠাপক নেতা

অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতাদ্বয় বৃন্দাবন গোস্বামী আৰু পবীন্দ্ৰ ডেকাই শীৰ্ষ নেতৃত্ব অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰ প্ৰসাদ...

Read moreDetails

দিল্লী আৰু পশ্চিম বংগতো জ্বলিছে নাগৰিকত্ব (সংশোধন) আইনৰ জুই; বাছ, ট্ৰেইন, গাড়ী ভস্মীভূত

অসমৰ সমান্তৰালভাৱে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাত আজি দিল্লী আৰু পশ্চিম বংগৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। পশ্চিম বংগত প্ৰতিবাদকাৰীয়ে বাছ, ৰেইল...

Read moreDetails

নাগৰিকত্ব আইনৰ সম্পৰ্কত পাঁচজনীয়া বিচাৰপীঠ নিযুক্তিৰ দাবী বোকাখাত ব্যৱসায় সন্থাৰ

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ বিভিন্ন দল সংগঠন উচ্চতম ন্যায়লয়ৰ কাষ চপাৰ সময়ত বোকাখাতৰ ব্যৱসায় সন্থাই এজনীয়া নহয় নূন্যতম পাঁচজনীয়া...

Read moreDetails

ভাৰতৰ পদক্ষেপে বাংলাদেশত সংখ্যালঘুৰ ওপৰত নিৰ্য্যাতন বৃদ্ধি কৰিব : বাংলাদেশত সংবাদমেলত হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদ

ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব পৰাকৈ ভাৰত চৰকাৰে কৰা নাগৰিকত্ব আইনখন সংশোধনত বাংলাদেশৰ ধৰ্মীয় আৰু জাতিগত সংখ্যালঘু জনগোষ্ঠী উদ্বিগ্ন বুলি মন্তব্য...

Read moreDetails
Page 3852 of 5979 1 3,851 3,852 3,853 5,979

Stay Connected

Recent News