ডিমাপুৰৰ পাঁচ মাইলত ৯ নৱেম্বৰত অনুষ্ঠিত হোৱা এখন বিবাহ কাৰ্য্যসূচীত বিবাহস্থলীত দৰা-কইনাই হাতত স্বয়ংক্ৰিয় ৰাইফল লৈ প’জ দিয়া ঘটনা সন্দৰ্ভত...
Read moreDetailsভাৰতৰ উচ্চতম ন্যায়ালয়ে অযোধ্যাৰ বিবাদৰ ৰায়দান কৰাৰ পিছতে তাজমহলৰ লগতে কাশী আৰু মথুৰাৰ কিছু মছজিদথলীতো মন্দিৰ নিৰ্মাণ কৰা, নকৰাক লৈ...
Read moreDetailsসহকৰ্মীক চোকা বস্তুৰে আক্ৰমণত কৰাৰ অপৰাধত ওদালগুৰি জিলাৰ যান-বাহন পৰিদৰ্শক (MVI) বীৰেন চন্দ্ৰ দেউৰিক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। দেউৰি দৰং...
Read moreDetailsবি এছ এন এলে নতুনকৈ ৯৭ টকাৰ আৰু ৩৬৫ টকাৰ ৰিচাৰ্জ প্লান গ্ৰাহক সকলৰ বাবে মুকলি কৰি দিছে। ইয়াৰ সৈতে...
Read moreDetailsদেশৰ উল্লেখযোগ্য পদত পুনৰ এগৰাকী অসম সন্তান অধিস্থিত হৈ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ভাৰতীয় নৌ সেনাত প্ৰথমগৰাকী মহিলা...
Read moreDetailsৰাজ্যখনৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ বিষয়ত সজাগতা সৃষ্টিৰ লক্ষ্যেৰে গুৱাহাটীৰ পৰা বিশ্বনাথলৈ একক চাইকেল যাত্ৰা কৰিছে এজন...
Read moreDetailsHDFC বেংকে আজি অসমত ১৫ বছৰ সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰে। বুধবাৰে মহানগৰীৰ হোটেল লেণ্ড মাৰ্কত সম্বোধন কৰা সংবাদমেলত এই...
Read moreDetailsহায়দৰাবাদ আৰক্ষীয়ে সোমবাৰে উদ্ধাৰ কৰা এগৰাকী ১৩ বছৰীয়া ছোৱালীৰ কাহিনীয়ে ভাৰতত চলিত দাৰিদ্ৰ্য, কন্যা-প্ৰতিকূল মূল্যবোধ আৰু মানৱ সৰবৰাহজনিত ভয়ানক ছবি...
Read moreDetailsএটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই বুধবাৰে সন্ধিয়া কাৰ্বি আংলঙৰ লগতে উজনি অসম জোকাৰি গৈছে। সন্ধিয়া ৬:৪১ বজাত অনুভূত হোৱা ভূমিকম্পটোৰ অভিকেন্দ্ৰ...
Read moreDetailsচিচাৰি নদীৰ ওপৰৰ নৱনিৰ্মিতি দলং মুকলি কৰাৰ বাবে শুকুবৰাবে অৰুণাচল প্ৰদেশত উপস্থিত হ’ব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। নেশ্যনেল হাইৱে...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd