দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত খেলখনত বাংলাদেশে প্ৰথমবাৰৰ বাবে টী-২০ আন্তৰ্জাতিকত শক্তিশালী টীম ইণ্ডিয়াক ৭ উইকেটত পৰাজিত কৰি চমক...
Read moreDetailsযোৰহাটত নিষিদ্ধ ঘোষিত আলফা(স্বাধীন)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ লাহদৈগড়ৰ...
Read moreDetailsশিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই দেওবাৰে শিৱসাগৰ জিলা ভ্ৰমণলৈ অহা হাঙ্গাৰিৰ ৰাষ্ট্ৰদূত গীয়োলা পেথ' (Gyula Pethő) আৰু তেওঁৰ...
Read moreDetailsপ্ৰকাশ পালে ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয়খন গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’। মন্ত্ৰী গৰাকীৰ মতে গন্থখনত বিশিষ্ট...
Read moreDetailsকোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডৰ সৈতে জড়িত থকা ৫ গৰাকী ব্যক্তিক তামুলপুৰ আৰক্ষীয়ে আটক কৰি আজি জে’ললৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে যোৱা...
Read moreDetailsৰাজ্যখনৰ গুৰুত্বপূৰ্ণ সমষ্টি সমূহৰ অন্যতম মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ সাংগনঠিক ভেটি দুৰ্বল হৈ পৰাত চিন্তিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ কমিটি।...
Read moreDetails‘আই-মাতৃসকল হ’ল ভগৱানৰ দূত। নৱ প্ৰজন্মক সঠিক ভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা গুৰত্বপূৰ্ণ। সন্তানক গুৰুজনাৰ আদৰ্শৰে উদ্বুদ্ধ কৰি সু-নাগৰিক...
Read moreDetailsৰাজ্য চৰকাৰে যোৱা বছৰ এক নিৰ্দেশনা দিছিল যে চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে নিজ নিজ পৰম্পৰাগত পোচাক পৰিধান কৰি কাৰ্যালয়ত আহিব লাগিব।...
Read moreDetailsসদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই ঘোষণা কৰিছে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী। নৰ্থ-ইষ্ট নাওৰ আগত...
Read moreDetails'হিটমেন' ৰেহিত শৰ্মাৰ বাবে এক সুৱৰ্ণ সুযোগ। বিৰাট কোহলীৰ অনুপস্থিতিত ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰা ৰোহিত শৰ্মাই আজিৰ পৰা...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd