যোগাসনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে পুৰণিগুদামৰ অংকিতা শইকীয়া

যোগাসনৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা নগাঁও জিলাৰ পুৰণিগুদামৰ মুঢ়ানি গাঁৱৰ গোলাপ শইকীয়া আৰু স্বপ্না শইকীয়াৰ একমাত্ৰ...

Read moreDetails

ডিব্ৰুগড়ৰ চাহ বাগিচাৰ ভিতৰত আলফা(স্বা:) উগ্ৰপন্থীৰ শূন্যলৈ গুলীচালনা

সন্দেহযুক্ত আলফা (স্বা:) বিদ্ৰোহীয়ে দেওবাৰে নিশা ডিব্ৰুগড় জিলাৰ হাজুৱা চাহ বাগিচাত বাগিচাখনৰ সহকাৰী পৰিচালকে দাবী কৰা ধন দিবলৈ অস্বীকাৰ কৰাৰ...

Read moreDetails

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ : এগৰাকী শিল্পীয়ে পথৰ কাষত হাৰমনিয়াম লৈ গীত গাই গাই সংগ্ৰহ কৰা ধনেৰে পথ মেৰামতিৰ বাবে কিনিলে দহ ট্ৰাক শিল

মাৰ্ঘেৰিটাৰ মহকুমাৰ লিডুৰ টিৰাপ কলিয়ৰীৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাই পথত পথাৰ শিল্পী লোহিত গগৈয়ে হাৰমনিয়াম লৈ গীত গাই গাই পথচাৰী, যান...

Read moreDetails

গুৱাহাটীত বিস্ফোৰক শতকীয় ইনিংছ খেলা মংগিয়া হ’ব অসম ক্ৰিকেট দলৰ প্ৰশিক্ষক!

আগন্তুক ঘৰুৱা ক্ৰিকেট ছিজনত অসমৰ ছিনিয়ৰ ক্ৰিকেট দলটোৰ প্ৰদৰ্শন যাতে বিগত ছিজন সমূহৰ তুলনাত উন্নতমানৰ হয় তাৰ প্ৰতি লক্ষ্য ৰাখি...

Read moreDetails

সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্যক মাজুলীত গায়ন-বায়নেৰে বিপুল আদৰণি

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড০ ডম্বৰুধৰ নাথক আজি নদীদ্বীপ জিলাখনলৈ বিপুল আদৰণি জনায় মাজুলীবাসীয়ে। অসম চৰকাৰে ৰাজ্যৰ প্ৰথমখন সাংস্কৃতিক...

Read moreDetails

শ্ৰী শ্ৰী কৃষ্ণগুৰুৰ আবিৰ্ভাৱ তিথি উপলক্ষে কৃষ্ণগুৰু সেৱাশ্ৰমত ভাৰতীয় ষ্টেট বেংকৰ নতুন শাখা মুকলি সৰ্বানন্দ সোণোৱালৰ

আধ্যাত্মিক গুৰু শ্ৰী শ্ৰী কৃষ্ণগুৰুৰ ৮৫ তম আবিৰ্ভাৱ তিথি উপলক্ষে আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰপেটা জিলাৰ সৰ্থেবাৰীস্থিত কৃষ্ণগুৰু সেৱাশ্ৰম নসত্ৰত...

Read moreDetails

চন্দ্ৰপুৰত অঘটন : তিনি ছাত্ৰ-ছাত্ৰীয়ে জাঁপ দিলে ব্ৰহ্মপুত্ৰত, এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ চন্দ্ৰপুৰৰ তাঁতীমাৰাত শোকাৱহ ঘটনা। তপোৱনত ফুৰিবলৈ অহা তিনি ছাত্ৰ-ছাত্ৰীয়ে জাঁপ দিলে ব্ৰহ্মপুত্ৰত। সোমবাৰে দুপৰীয়া প্ৰায় ১.৩০ বজাত এই হৃদয়বিদাৰক...

Read moreDetails

অসমীয়া চলচ্চিত্ৰ ‘অপৰূপা’ত অভিনয় কৰা প্ৰসিদ্ধ শিল্পী জ্ঞানপীঠ বঁটা বিজয়ী পদ্মভূষণ গিৰীশ কাৰ্নাডৰ দেহাৱসান

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা আৰু বিশিষ্ট অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাই পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ ‘অপৰূপা’ত অভিনয়...

Read moreDetails

উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটনৰ নতুন ব্ৰেণ্ড-‘লাহে লাহে’

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰগতিৰ অভাৱৰ বাবে ইয়াৰ জীৱন যাত্ৰাক প্ৰায়েই ‘লাহে লাহে’ চলা বুলি অভিহিত কৰা হয়। ইয়াৰ মাজতেই এগৰাকী...

Read moreDetails

শিৱসাগৰৰ চেৰেকাপাৰত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ দুই যুৱকৰ

৯ জুন অৰ্থাৎ দেওবাৰে নিশা শিৱসাগৰ চহৰৰ সমীপৰ চেৰেকাপাৰ পেট্ৰ'ল ডিপোৰ সন্মুখত ৰাস্তাত পৰি থকা অৱস্থাত এটা বনৰৌ উদ্ধাৰ কৰে...

Read moreDetails
Page 3995 of 5647 1 3,994 3,995 3,996 5,647

Stay Connected

Recent News