গুৱাহাটীৰ হোটেল বিলাস ইনৰ ভয়ংকৰ কাণ্ড : পাৰ্কিঙৰ কাজিয়াৰ পৰাই সূত্ৰপাত হৈছিল পাঁচজনৰ নৃশংস হত্যাকাণ্ডৰ

গুৱাহাটীৰ এটা হোটেলত সংঘটিত পাঁচজন লোকৰ হত্যাকাণ্ডৰ ঘটনাক লৈ পোহৰলৈ আহিছে নতুন আৰু লোমহৰ্ষক তথ্য। বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা...

Read moreDetails

পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পৰ্কৰ সন্দেহ! অসমত ৬ জনক গ্ৰেপ্তাৰ, তদন্ত চলাইছে এছটিএফে

পাকিস্তানী চোৰাংচোৱাৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত অসমত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে আৰ্থিক জালিয়াতিৰ চক্ৰ...

Read moreDetails

গুৱাহাটীত ড০ অপূৰ্ব কুমাৰ দাস স্মাৰক বক্তৃতা সম্পন্ন: শিক্ষাৰ বাণিজ্যিকীকৰণৰ বিৰুদ্ধে ছাত্ৰ সমাজক একত্ৰিত হোৱাৰ আহ্বান

অসমৰ কলেজ শিক্ষক আন্দোলনৰ অন্যতম নেতা তথা অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড০ অপূৰ্ব কুমাৰ দাসৰ ১৪ সংখ্যক...

Read moreDetails

নিজ দলৰ সাংসদৰ বিস্ফোৰণৰ পাছতে কাৰ্বি আংলঙত তোলপাৰ! কাৰ্বি পৰিষদৰ চিইএমৰ  ৬,৫০০ কোটি সম্পত্তিৰ তদন্ত কৰিবনে ইডিয়ে?

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিপুল পৰিমাণৰ সম্পত্তি সন্দৰ্ভত ডিফুৰ বিজেপি সাংসদ অমৰছিং টিছ’ই কৰা মন্তব্যক...

Read moreDetails

ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত, অসমৰ জিলা ক্ৰীড়া সন্থাসমূহৰ সহযোগত আৰু অসম ক্ৰিকেট সন্থাৰ পৃষ্ঠপোষকতাত দেওবাৰৰ পৰা ৰাজ্যজুৰি ৭১ সংখ্যক ভাৰতৰত্ন...

Read moreDetails

গুৱাহাটীৰ হোটেল বিলাস ইন-ৰ গুলীচালনাৰ ঘটনাৰ তদন্তকাৰী এছ আই টিৰ তিনিজন সদস্যক বদলি

গুৱাহাটীৰ হোটেল বিলাস ইন-ত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলৰ তিনিজন সদস্যকে ধৰি ৭জন জ্যেষ্ঠ আৰক্ষী...

Read moreDetails

দিশপুৰ মহাবিদ্যালয়ত অনুষ্ঠিত হৈ যায় উত্তৰ-পূৱ আন্তঃমহাবিদ্যালয় কুইজ প্ৰতিযোগিতা!

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতিত শনিবাৰে গুৱাহাটীৰ দিশপুৰ মহাবিদ্যালয়ত (স্বায়ত্বশাসিত) এখনি উত্তৰ-পূৰ্বাঞ্চল আন্তঃমহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ...

Read moreDetails

আলফা সন্দৰ্ভত বিশ্বজিৎ দৈমাৰীৰ মন্তব্যক লৈ উত্তাল ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ! স্পষ্টীকৰণ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

সংযুক্ত মুক্তি বাহিনী, অসম চমুকৈ আলফাক লৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে শেহতীয়াকৈ কৰা এক বিতৰ্কিত মন্তব্য চৰ্চালৈ অহাৰ...

Read moreDetails

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

অৰুণাচল প্ৰদেশত প্ৰস্তাৱিত ১১,২০০ মেগাৱাট ক্ষমতাসম্পন্ন উজনি চিয়াং বহুমুখী নদীবান্ধ প্ৰকল্প বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক নাগৰিকে। অৰুণাচলৰ...

Read moreDetails

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

গুৱাহাটীৰ উলুবাৰীৰ হোটেল বিলাস ইনত সংঘটিত পাঁচজনকৈ লোকৰ হত্যাকাণ্ডৰ তদন্তত নতুন মোৰ আহিছে। ঘটনাৰ মূল অভিযুক্ত ঘনকান্ত গগৈৰ পত্নী জোনমণি...

Read moreDetails
Page 4 of 5996 1 … 3 4 5 … 5,996

Stay Connected

Recent News