ৰাজহুৱা বিচাৰৰ নামত আতিশয্য-অপমান পাই বঙাইগাঁৱত এজন কিশোৰৰ আত্মহত্যা

বঙাইগাঁও জিলাৰ যোগীঘোপাত সামান্য অপৰাধতে এজন কিশোৰক ৰাজহুৱা বিচাৰৰ নামত আতিশয্য-অপমান কৰাৰ পিছত কিশোৰজনে আত্মহত্যা কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয়...

Read moreDetails

বিজেপি “চিকিৎসক”, ৰুগীয়া নতুন সদস্যৰ দুৰ্নীতিৰ চিকিৎসা কৰিব: ডাঃ নোমল মমিন

কংগ্ৰেছত থাকোঁতে বহু দুৰ্নীতিৰ অভিযোগ থকা নেতাৰ বিজেপিত যোগদানক কেন্দ্ৰ কৰি চলি আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। তাৰ মাজতে এনে নেতাক ‘ৰোগী’ৰ...

Read moreDetails

জিঅ’ফাইবাৰৰ সৈতে কেনেকৈ লাভ কৰিব বিনামূলীয়া 4K LED TV আৰু Set Top Box?

অহা ৫ ছেপ্টেম্বৰত ৰিলায়েন্সে ভাৰতত বাণিজ্যিকভাৱে জিঅ’ফাইবাৰ ব্ৰডবেণ্ড সেৱা মুকলি কৰিব। তাঁৰযুক্ত ইন্টাৰনেট সেৱাটোত 1Gbps পৰ্যন্ত ডাটা স্পীড উপলব্ধ হ’ব...

Read moreDetails

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আজি মুম্বাইত সাক্ষাৎকাৰ; ৰবি শাস্ত্ৰীৰ সম্ভাৱনা সজীৱ

ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ বাবে আজি ৰাতিপুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হৈছে সাক্ষাৎকাৰ। সাক্ষাৎকাৰ চলি আছে মুম্বাইস্থিত ভাৰতীয়...

Read moreDetails

এলভিছ আলি হাজৰিকাৰ অভিলেখ; ১০ ঘণ্টা ৫৯ মিনিটত সাঁতুৰিলে কেটেলিনা চেনেল

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কেটেলিনা চেনেল সাঁতুৰি আন এক অভিলেখ গঢ়িলে অসম সন্তান এলভিছ আলি হাজৰিকাই। এলভিছে যুক্তৰাষ্ট্ৰৰ পৰা মেক্সিক’ৰ সমুদ্ৰ তীৰলৈকে...

Read moreDetails

অহা সপ্তাহৰ পৰা পুনৰ আৰম্ভ হ’ব বাংলাদেশৰ পৰা ৰোহিংগ্যাৰ প্ৰত্যাৱৰ্তন

ম্যানমাৰ আৰু বাংলাদেশে পৰৱৰ্তী সপ্তাহত দুবছৰ পূৰ্বে ৰাখাইন প্ৰদেশৰ পৰা পলাই অহা হেজাৰ হেজাৰ ৰোহিংগ্যা মুছলমানক স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ নতুনকৈ প্ৰচেষ্টা...

Read moreDetails

মেঘালয় আৰক্ষীৰ বিৰুদ্ধে ‘নৰ্থইষ্ট নাও’ৰ আনুষ্ঠানিক অভিযোগ দাখিল

‘নৰ্থইষ্ট নাও’ৰ সাংবাদিকে মেঘালয় আৰক্ষীৰ সংবাদ মাধ্যমৰ কণ্ঠৰোধ কৰাৰ নিকৃষ্ট প্ৰচেষ্টাৰ বিৰুদ্ধে বিভিন্ন কৰ্তৃপক্ষক আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে। ডিজিটেল সংবাদ...

Read moreDetails

বৃহৎ পৰিমাণৰ গাঞ্জাৰ সৈতে ৰেইলৱে আৰক্ষীৰ জালত বিহাৰৰ যুৱক

আজি গুৱাহাটী ৰেইলৱে ষ্টেশ্যনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন বহিঃ ৰাজ্যৰ যুৱকক ৰেইলৱে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত লোকজনৰ নাম...

Read moreDetails

মাৰুতি গাড়ী থকাসকলৰ বাবে ভাল খৱৰ: পুৰণি বা নতুন গ্ৰাহকলৈ কোম্পানীৰ বিশেষ অফাৰ

আপোনাৰ ওচৰত যদি মাৰুতি চুজুকিৰ কোনো গাড়ী আছে তেতিয়াহ’লে এই খৱৰে আপোনাক আনন্দিত কৰিব। দেশৰ আটাইকৈ বৃহৎ গাড়ী নিৰ্মাণ কোম্পানী...

Read moreDetails

ডিঙিত গামোচা লৈ গৌৰৱেৰে বিদেশত হজযাত্ৰীৰ স্বাধীনতা দিৱস উদযাপন

১৫ আগষ্ট অৰ্থাৎ বৃহস্পতিবাৰে সমগ্ৰ দেশবাসীৰ লগতে বিদেশতো উদযাপন কৰা হয় ৭৩ সংখ্যক স্বাধীনতা দিৱস। চৌদি আৰৱৰ পবিত্ৰ মক্কাৰ আজিজীয়াত মুম্বাইৰ...

Read moreDetails
Page 4160 of 5972 1 4,159 4,160 4,161 5,972

Stay Connected

Recent News