বৰাক উপত্যকাত অসমীয়া শিকাব অসম সাহিত্য সভাই, মুকলি প্ৰথমটো কেন্দ্ৰ

বৰাক উপত্যকাত অসমীয়া ভাষা শিক্ষণ অভিযান আৰম্ভ কৰিছে অসম সাহিত্য সভাই। দেওবাৰে সভাৰ শিলচৰ কাৰ্য্যালয়্ত সভাপতি পৰমানন্দ ৰাজবংশীয়ে মুকলি কৰে...

Read moreDetails

মাজুলীত ৯০খন গাঁও বানৰ কবলত; ষষ্ঠ দিনৰ বাবে বন্ধ ফেৰীৰ চলাচল

ৰাজ্যৰ আন আন বানাক্ৰান্ত ঠাইৰ লগতে মাজুলীতো বৰ্তমান বান পৰিস্থিতিয়ে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। আজি ষষ্ঠ দিনালৈকে জিলাখনৰ ৯০খন ৰাজহ...

Read moreDetails

নগাৱঁৰ ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ সৈতে দুই যুৱকক চোঁচৰাই নিলে বলেৰ’ৱে

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ঘটনাটোত সৌভাগ্যক্ৰমে...

Read moreDetails

মাৰ্ঘেৰিটাত কেইবাখনো চৰকাৰী আচঁনি উদ্বোধন বিধায়ক ভাস্কৰ শৰ্মাৰ

মাৰ্ঘেৰিটাত দেওবাৰে কেইবাখনো চৰকাৰী আচঁনি উদ্বোধন কৰে বিধায়ক ভাস্কৰ শৰ্মাই। বিধায়কগৰাকীয়ে ৫ লক্ষ টকা পুঁজিৰে নিৰ্মাণৰ যোজা চলোৱা মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ...

Read moreDetails

এন আৰ চি আৰু ‘ডি’ ভোটাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটি সজাতি দলে আজি কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু উন্নয়ন আৰু পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী মুক্তাৰ আব্বাচ নকবিকে সাক্ষাৎ...

Read moreDetails

কেতিয়া আটক হ’ব আৰক্ষী-স্বামী? কিয় নিৰাপত্তাহীন পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়?

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু কনিষ্ঠ চিকিৎসকৰ দুখনকৈ এজাহাৰৰ পিছতো দেওবাৰ-পৰ্য্যন্ত আটক হোৱা নাই “আৰক্ষী-স্বামী” চনি শৰ্মা ওৰফে...

Read moreDetails

বজালীৰ বিশিষ্ট সমাজকৰ্মী প্ৰশান্ত কুমাৰ শৰ্মালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

বজালীৰ বিশিষ্ট সমাজকৰ্মী, উদয়ন সংঘৰ প্ৰতিষ্ঠাপক প্ৰশান্ত শৰ্মা ( ভাইটী )লৈ আজি পাঠশালাৰ হৰিমন্দিৰ চৌহদত এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান...

Read moreDetails

প্ৰলয়ংকাৰী বানৰ সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ; ভিন্ন স্থানত পুনৰ দুজন লোকৰ মৃত্যু

এফালে ৰাজ্যত প্ৰলয়ংকাৰী বানে বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰিছে আনফালে সমান্তৰালভাৱে জাপানীজ এনকেফেলাইটিছে সংহাৰী ৰূপ ধাৰণ কৰিছে। দৰং জিলাৰ এজন ব্যক্তি...

Read moreDetails

বঙাইগাঁৱত প্ৰলয়ংকাৰী বানৰ কবলত অৰ্ধশতাধিক গাঁও; দেখা দিছে খাদ্য সংকটে, সাহায্যৰ বাবে চৰকাৰক অনুৰোধ

আজি কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ প্ৰলয়ংকাৰী বানৰ কৰাল গ্ৰাসত পৰিছে নামনি অসমৰ বঙাইগাঁও...

Read moreDetails

অসময়ীৰ স্বাভিমান গামোচা ডিঙিত লোৱা প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ বানপানীৰ খবৰ ল’বলৈ আহৰি নাই : অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

'ডিঙিত গামোচা লৈ অসমবাসীৰ মন জয় কৰা প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ অসমৰ বানপানী খবৰ ল'বলৈ সময় নাই।' অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ...

Read moreDetails
Page 4243 of 5972 1 4,242 4,243 4,244 5,972

Stay Connected

Recent News