কেন্দ্ৰৰ পৰা প্ৰাপ্য পুঁজি আৰু বান সাহায্য বিচাৰি নতুন দিল্লীত অসমৰ সাংসদৰ ধৰ্ণা কাৰ্যসূচী

অসমৰ বানাক্ৰান্ত ৰাইজৰ বাবে কেন্দ্রৰপৰা পাপ্য পুঁজি আৰু সাহায্য বিচাৰি নতুন দিল্লীৰ সাংসদ ভৱনৰ চৌহদত অসমৰ সাংসদসকলে আজি পুৱা ১০.৩০...

Read moreDetails

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ কাষত সমগ্ৰ দেশৰ চিকিৎসক ||আৰক্ষী বিষয়া-স্বামীৰ ভাবুকি

অসম আৰক্ষীৰ বিষয়া গায়ত্ৰী সোণোৱালৰ নাম লৈ স্বামী চনি শৰ্মা ওৰফে ববি সিঙে খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ চিকিৎসকক দিয়া...

Read moreDetails

‘শান্তনুকুলনন্দন’ৰ স্ৰষ্টা পূৰবী বৰমুদৈ আৰু নাই

সাহিত্যিক, বিশিষ্ট ঔপন্যাসিকা পূৰবী বৰমুদৈৰ আজি পুৱা ৬ বজাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত দেহাৱসান হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা...

Read moreDetails

বানপানীৰ কবলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ৬০ শতাংশ; পশুধনৰ মাজত খাদ্য সংকট

যোৱা কেইবাদিনো ধৰি নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত দৰং জিলাৰ বান পৰিস্থিতি ক্ৰমে জটিল হৈ পৰিছে। জিলাখনৰ মুঠ ৮৫ খন...

Read moreDetails

পথাৰত ভূঁই ৰোৱাত ব্যস্ত থকাৰ সময়তে ছিগিল মথাউৰি, হাহাকাৰ পৰিস্থিতি

সমগ্ৰ ৰাজ্যতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। বাঢ়নী পানীয়ে ছিঙিছে এটাৰ পিছত এটা মথাউৰি। একেদৰে দেওবাৰে অৰ্থাৎ...

Read moreDetails

দিচাংমুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত; বিপদ সীমাৰ ওপৰেদি বৈছে ব্ৰহ্মপুত্ৰ

আজি বহুকেইদিন হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শিৱসাগৰৰ দিচাংমুখ অঞ্চলৰ বহুকেইখন গাঁও ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বাঢ়নী পানীত বুৰ গৈ...

Read moreDetails

নতুন অসমীয়া চিনেমা ‘অশান্ত ইলেক্ট্ৰন’ৰ teaser মুকলি

পূৰ্ণ গতিত চলি আছে বৰেণ্য গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ বিখ্যাত গল্প 'অশান্ত ইলেক্ট্ৰন'ৰ আধাৰত টাছাডা আৰ্টছ (Tasada Arts) আৰু ৰংবীন...

Read moreDetails

৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ সপোন আৰু ‘পেচাদাৰ নিৰাশাবাদী’সকল

লক্ষ্য ৫ ত্ৰিলিয়ন ডলাৰ। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক অহা ৫ বছৰত এখন ৫ ত্ৰিলিয়ন ডলাৰ পৰিমাণৰ অৰ্থনীতিৰ দেশলৈ উন্নত...

Read moreDetails

চাংলাঙত এন এছ চি এন (কে) য়াং আং গোটৰ ৪ সদস্যক আটক

অসম ৰাইফলছ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীৰ এটা যুটীয়া দলে অভিযান চলাই কালি অৰ্থাৎ শনিবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ পৰা নগা...

Read moreDetails

বদৌচা কাপ: ২২ ছেপ্তেম্বৰৰ পৰা অসমতে চাওক বিদেশী ক্লাবৰ ফুটবল

২২ ছেপ্তেম্বৰৰ পৰা ৪ অক্তোবৰলৈকে চলিব লগা বদৌচা কাপত বিদেশী ফুটবল ক্লাবৰ খেলো অসমতে উপভোগ কৰিবলৈ পাব। প্ৰতিযোগিতাখনৰ ৮টা গ্ৰুপত...

Read moreDetails
Page 4242 of 5972 1 4,241 4,242 4,243 5,972

Stay Connected

Recent News