জামুগুৰিহাটৰ টৌভঙাত সোমবাৰে নিশা সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত এজন সেনা জোৱানে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ লগতে আন চাৰিগৰাকী লোক...
Read moreDetailsৰাজ্যত ৪১ হাজাৰ প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষকে মঙলবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে। ৰাজ্যৰ সমগ্ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ১২ বজাৰ পাছত...
Read moreDetailsসদ্যসমাপ্ত লোকসভা নিৰ্বাচনত সোণাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী তপন কুমাৰ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে...
Read moreDetailsমাধ্যমিক স্তৰৰ শিক্ষকতাৰ বাবে বি এড ডিগ্ৰী বাধ্যতামূলক যদিও পৰ্যাপ্ত পৰিমাণৰ শিক্ষা প্ৰতিষ্ঠান নথকা বাবে এই ডিগ্ৰী লোৱাৰ বাবে বঞ্চিত...
Read moreDetailsসপ্তদশ লোকসভাৰ অধ্যক্ষ হিচাপে বিজেপিয়ে দলটোৰ সাংসদ ওম বিৰলাক প্ৰক্ষেপ কৰাৰ পৰিকল্পনা কৰিছে। সোমবাৰে অধিৱেশন আৰম্ভ হোৱা নিম্ন সদনৰ অধ্যক্ষ...
Read moreDetailsসোমবাৰে সাংসদ হিচাপে শপত গ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ দুই মন্ত্ৰী পল্লৱ লোচন দাস আৰু তপন কুমাৰ গগৈয়ে। দুয়োগৰাকী সাংসদে শপত...
Read moreDetailsমৃত্যু হোৱা বুলি বিশ্বাস কৰি এটা অচিনাক্ত মৃতদেহকে চাৰি বছৰ আগতে শেষকৃত্য সম্পন্ন কৰা এগৰাকী অসমীয়া মহিলা জীৱন্ত অৱস্থাত ঘুৰি...
Read moreDetailsশোণিতপুৰ জিলাৰ জামগুৰিহাটৰ টৌভঙাত সোমবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত এজন সেনা জোৱানে ঘটনাস্থলতে মৃত্যুক আকোৱালি লোৱা...
Read moreDetailsগোৱালপাৰা চহৰত স্বচ্ছ ভাৰত অভিযান এক প্ৰহসনত পৰিণত হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) সভাপতি দীপাংক নাথে গোৱালপাৰা চহৰখনত কদৰ্যময়...
Read moreDetailsঅসমৰ সৰ্বাংগীণ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত বিশ্বৰ আগশাৰীৰ সংস্থাসমূহে আগবঢ়োৱা পুঁজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত অসমে তুলনামূলকভাৱে ভাল প্ৰদৰ্শন দেখুৱাই...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd