তেজেৰে আঁকিলে মোদীক : শপত গ্ৰহণৰ পূৰ্বে প্ৰধান মন্ত্ৰীলৈ অসমৰ চিত্ৰকৰৰ উপহাৰ

মোদী কেবিনেটৰ শপত গ্ৰহণৰ দিনটোতে হাতৰ আঙুলিৰ তেজেৰে ভাৰতৰ প্ৰধান মন্ত্ৰীৰ চিত্ৰ অংকন কৰিলে গৌতম বৰ্ধন নামৰ লামডিংৰ এজন লোকে।...

Read moreDetails

ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাছ দুৰ্ঘটনাগ্ৰস্ত, আহত তিনিগৰাকী ছাত্ৰ-ছাত্ৰী

আজি ৰাতিপুৱা গুৱাহাটীত সংঘটিত এক পথ দুৰ্ঘটনাত কথমপি ৰক্ষা পৰিল কেইবা গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰী। ৰাতিপুৱা প্ৰায় ৭.৪৫ বজাত গুৱাহাটীৰ মালিগাঁৱত...

Read moreDetails

হ’ব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ! হোজাইত ‘হাই এলাৰ্ট’ জাৰি

দেশৰ প্ৰধান মন্ত্ৰী ৰূপে দ্বিতীয়টো কাৰ্যকালৰ বাবে আজি নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিব। কিন্তু মোদীৰ শপত গ্ৰহণৰ প্ৰাকক্ষণত হোজাই জিলাৰ কেতবোৰ...

Read moreDetails

দুখীয়া ছাত্ৰ-ছাত্ৰীক সকাহ ৰাজ্য চৰকাৰৰ, এইবাৰো হ’ব বিনামূলীয়া নামভৰ্তি

হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ দুখীয়া পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে যোৱা দুটা বছৰৰ দৰে এইবাৰো...

Read moreDetails

নগেন শইকীয়াক ‘এন টি আৰ নেশ্যনেল লিটাৰেৰি’ বঁটা প্ৰদান

অসম সাহিত সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক ‘এন টি আৰ নেশ্যনেল লিটাৰেৰি এৱাৰ্ড’ প্ৰদান কৰা হয়। কালি অৰ্থাৎ...

Read moreDetails

এক ব্যতিক্ৰমী Birthday party; গছপুলিৰে আলহীক আতিথ্য

হত্যা-হিংসা-বোমা-ৰাজনীতিৰ কলুষিত বতাহ জাকৰ ভিৰত ভাল খবৰ বোৰ হেৰাই নাযায়। কংক্ৰিটৰ মহানগৰীত এটা পৰিয়ালে দেখুৱালে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন। মহানগৰীত কেতিয়াও...

Read moreDetails

ড্ৰাগছ, গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায় চলোৱা ৪ লোকক আটক

ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৱা দুদিনত আজাৰা আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সাফল্য। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীৰ...

Read moreDetails

কৃষ্ণাইৰ ওপৰত বেইলি গুচি পকা দলং হ’বলৈ আৰু কিমান বছৰ লাগিব বাৰু?

যাতায়াতৰ নামত এক বিড়ম্বনা ৰাষ্ট্ৰীয় ঘাইপথত৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ বিভাগৰ চৰম দ্বায়িত্বজ্ঞানহীনতাৰ বাবে বিগত দুবছৰে বিকল হৈ আছে গোৱালপাৰাৰ ৩৭নং...

Read moreDetails

মাৰণাস্ত্ৰসহ কাজিৰঙাৰ গঁড় হত্যাত জড়িত ৩জন চোৰাংচিকাৰীক আটক

কাজিৰঙাৰ বাগৰি বনাঞ্চলৰ এটা গঁড় হত্যা গোচৰৰ পম খেদি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এটা অভিযানকাৰী দলে আজি জখলাবন্ধাৰ চিকনি বৰহোলা আৰু...

Read moreDetails

কলিয়াবৰত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত নিহত মানসিক বিকাৰগ্ৰস্ত মহিলা

কলিয়াবৰৰ বৰালিগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অঘটন। দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত এজনী মানসিক বিকাৰগ্ৰস্ত মহিলা। ঘটনাৰ বিৱৰণি মতে আজি...

Read moreDetails
Page 4347 of 5970 1 4,346 4,347 4,348 5,970

Stay Connected

Recent News