গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰা শুকুৰ আলীক আটক হাউলী আৰক্ষীৰ

বৰপেটা জিলাৰ হাউলীত নিজ গৰ্ভৱতী পত্নীক ডিঙি চেপি হত্যা কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্য বিৰাজ কৰি থকাৰ সময়তে আজি...

Read moreDetails

মণিমাধৱৰ প্ৰচাৰ সভাত কংগ্ৰেছক তুলাধূনা মুখ্য মন্ত্ৰী সোণোৱালৰ

কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আজি গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত...

Read moreDetails

চামগুৰিৰ নিৰ্বাচনী সভাত বিজেপিক কঠোৰ সমালোচনা প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

আগন্তক লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে কলিয়াবৰ লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। আজি চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত...

Read moreDetails

গৌৰীসাগৰত দিন দুপৰতে চোৰে লুটিলে লক্ষাধিক টকাৰ সোণৰ অলংকাৰ আৰু নগদ ধন

আজি দিন দুপৰতে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত মিতং ন-কটানী গাঁৱত সংঘটিত এক চুৰিকাণ্ডই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ন-কটানী...

Read moreDetails

নিৰ্বাচনৰ সুৰক্ষাক লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ সংবাদমেল

ৰাজ্যত যাতে আগন্তুক লোকসভা নিৰ্বাচন সুকলমে পাৰ হয় তাৰ বাবে সষ্টম হৈ পৰিছে অসম আৰক্ষী। আজি অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত...

Read moreDetails

প্রদান বৰুৱাৰ হৈ লখিমপুৰ আৰু নাওবৈচাত মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

আগন্তুক লোকসভা নিৰ্বাচনত লখিমপুৰ লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি উত্তৰ লখিমপুৰ...

Read moreDetails

২০ দিনত ডিব্ৰুগড় প্ৰশাসনে জব্দ কৰিলে ৪.৭৭ লাখ টকাৰ অবৈধ সুৰা

লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ অন্যান্য জিলা সমূহৰ লগতে ডিব্ৰুগড় জিলা প্ৰশাসনেও অবৈধ সুৰাৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট...

Read moreDetails

ডিটেইনশ্যন কেম্পৰ গোচৰ : জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানাৰ পৰা কথমপি ৰক্ষা অসমৰ মুখ্য সচিব আলোক কুমাৰৰ

ডিটেইনশ্যন কেম্প আৰু বিদেশীৰ তথ্য সম্পৰ্কীয় এখন শপতনামাৰ প্ৰসংগত আজি সৰ্বোচ্চ ন্যায়ালয়ে অভূতপূৰ্ব কঠোৰতম ভাষাত সকীয়াই দিছে ৰাজ্যখনৰ মুখ্য সচিব...

Read moreDetails

সহস্ৰাধিক সমৰ্থকক লগত লৈ আমিনগাঁৱত মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ

গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই আজি বিশাল দলীয় সমৰ্থকক লগত লৈ আমিনগাঁৱস্থিত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ত মনোনয়ন...

Read moreDetails

দলীয় নেতৃত্বৰ প্ৰতি ক্ষোভ : বিজেপিত যোগদান কংগ্ৰেছ নেতা বিভূতি ভূষণ বৰঠাকুৰৰ

লোকসভা নির্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত আভ্যন্তৰীণ কন্দল স্পষ্ট হৈ পৰিছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ মাজত ।...

Read moreDetails
Page 4498 of 5969 1 4,497 4,498 4,499 5,969

Stay Connected

Recent News