'যুৱক-যুৱতীসকলে চৰকাৰী চাকৰিলৈ বাট নাচাই স্বনিয়োজনৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ মানসিকতা আহৰণ কৰিব লাগিব। নৱ প্ৰজন্মই সংস্থাপন বিচৰাৰ পৰিৱৰ্তে নিজে সংস্থাপনৰ...
Read moreDetailsনগাঁৱৰ চামগুৰিত আজি বিয়লি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন যুৱকে প্ৰাণ হেৰুৱাৰ লগতে এগৰাকী যুৱতীয়ে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হ'ব লগীয়া...
Read moreDetailsমঙলদৈ অসামৰিক চিকিৎসালয়ত শনিবাৰে নিশা অচিনাক্ত দুস্কৃতিকাৰীয়ে কৰ্তব্যৰত চিকিৎসক আৰু কৰ্মচাৰীক আক্ৰমণ কৰাৰ লগতে হাস্পাতালখনৰ যন্ত্ৰপাতি তথা নথিপত্ৰ লণ্ডভণ্ড কৰি...
Read moreDetailsঅনুসূচিত জাতিক দীৰ্ঘদিন ধৰি প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰি অহা বিজেপি চৰকাৰৰ বিৰুদ্ধে অহা ১৫ মাৰ্চৰ পৰা এলানি ধাৰাবাহিক আন্দোলনৰ কাৰ্য্যসূচীৰ...
Read moreDetailsডিব্ৰুগড় চহৰৰ মাজমজিয়াৰ নিউ মাৰ্কেটত আজি পুৱা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত জগদীশ নামৰ এজন ব্যৱসায়ীৰ...
Read moreDetailsনগাঁৱৰ কঠিয়াতলিৰ পৰা শালনা পৰ্য্যন্ত বৃহত্তৰ সীমামুৰীয়া অঞ্চলটোত বিগত দুটা বছৰৰো অধিক সময় গৱেষণাৰ কৰি থকা ভু-তত্ত্ববিদ সকলে শেহতীয়াকৈ সন্ধান...
Read moreDetailsআজি পুৱা মৰাণৰ সমীপৰ খোৱাং ৰঙালাও বজাৰৰ সমীপত এক ভংয়কৰ দুৰ্ঘটনা সংঘটিত হয়। এই ভয়াৱহ দুৰ্ঘটনাটোত থিতাতে তিনিজন লোকে মৃত্যুক...
Read moreDetailsনগাঁৱৰ কচুঁৱা হালধিআটিত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণকাণ্ডৰ ঘটনাৰ লগত জড়িতৰ অভিযোগত পাঁচগৰাকীকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। কামপুৰ আৰক্ষীয়ে নগাঁৱৰ...
Read moreDetailsৰাজ্যৰ ক্ৰীড়া জগতলৈ সুনাম কঢ়িয়াই আনি অসম সন্তান তথা বক্সাৰ শিৱ থাপাই ফিনলেণ্ডৰ হেলচিংকিত চলি থকা ৩৮সংখ্যক জিবি বক্সিং টুৰ্ণামেণ্টৰ...
Read moreDetailsবিষাক্ত চুলাই সেৱন কৰি ৯ মাৰ্চত পুনৰ নুমলীগড়ৰ মৰঙি পানীকৰা গাঁৱৰ ৰাতুল দাস আৰু জিতু দাস নামৰ দুজন লোকৰ মৃত্যুৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd