মাৰ্ঘেৰিটাৰ বৰফাকিয়ালত শিশুৰ কৰুণ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত কেটেতঙৰ ২নং বৰফাকিয়াল গাঁৱত শুকুৰবাৰে বিয়লি ৩.৩০ মান বজাত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা।...

Read moreDetails

তিনিচুকীয়া কাণ্ডৰ বিৰুদ্ধে শিৱসাগৰতো বিজেপিয়ে উলিয়ালে প্ৰতিবাদী সমদল

যোৱা ৩০ জানুৱাৰিত তিনিচুকীয়া জিলাত এখন দলীয় সভাত অংশ ল’বলৈ যোৱা বিজেপিৰ তিনিচুকীয়া জিলাৰ সভাপতি  লক্ষেশ্বৰ মৰাণক দুস্কৃতিকাৰীয়ে শাৰিৰীকভাৱে আক্ৰমণ...

Read moreDetails

সত্ৰৰ ভুমি বেদখলমুক্ত কৰাত ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ :ৰাজহ মন্ত্ৰী ভবেশ কলিতা

"অসমৰ সত্ৰ সমূহৰ বেদখলকৃত ভূমি উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰ বদ্ধ পৰিকৰ ৷ সত্ৰবোৰৰ বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ চৰকাৰে অগ্ৰাধিকাৰ দিয়াৰ...

Read moreDetails

সু-শাসনৰ কথা কোৱা মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ৰ সন্মুখতে অসমীয়াই উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে : ৰূপজ্যোতি কুৰ্মী

‘’যিজনে সুশাসনৰ কথা কৈছিল, তেওঁৰ কাৰ্যালয়ৰ সন্মুখতে অসমীয়াই উলংগ হৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে।‘’ শুকুৰবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে দিচপুৰ সচিবালয়ৰ...

Read moreDetails

পুলিচে চিনি নোপোৱা “সন্দেহজনক” সামগ্ৰী উদ্ধাৰ ডিব্ৰুগড়ত

ডিব্ৰুগড় চহৰৰ বি চি ৰ’ডৰ শান্তিপাৰাত শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰিছে এটা অজ্ঞাত কিন্তু “সন্দেহজনক” সামগ্ৰী। সামগ্ৰীটো কি এতিয়ালৈকে চিনিব পৰা...

Read moreDetails

‘’মোৰ ভাগ্য বেয়া বাবেই বিসংগতি হ’ল’’, সাহিত্য সভাৰ পতাকা ওলোটাকৈ উৰাৰ পিছত পৰমানন্দৰ প্ৰতিক্ৰিয়া

ৰহাৰ জোঙালবলহু সমন্বয়ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা অসম সাহিত্য সভাৰ বিশেষ অধিৱেশষ আজি দ্বিতীয় দিনা পতাকা উত্তোলনত দেখা দিয়া গুৰুতৰ বিসংগতিৰ...

Read moreDetails

উত্তৰ-পূবলৈ আবণ্টিত ধন বৃদ্ধিৰ প্ৰস্তাৱ কেন্দ্ৰীয় বাজেটত

শুকুৰবাৰে দাখিল হোৱা অন্তৰ্ৱৰ্তী বাজেটত উত্তৰ-পূবলৈ আবণ্টিত কেন্দ্ৰৰ ধনৰাশিৰ যোৱাবাৰতকৈ ২১ শতাংশ বৃদ্ধিৰ প্ৰস্তাৱ কৰা হৈছে। উত্তৰ-পূব পৰিষদৰ প্ৰকল্পসমূহৰ বাবে...

Read moreDetails

অখিল গগৈক হত্যাৰ ভাবুকি দিয়া বজৰং দলৰ সদস্যৰ বিৰুদ্ধে এজাহাৰ

এটা ভিডিঅ’ত ছ’চিয়েল মিডিয়া যোগে অখিল গগৈক হত্যাৰ ভাবুকি দিয়া আৰু নিজকে বজৰং দলৰ সদস্য বুলি পৰিচয় দিয়া টুটু মান্তা...

Read moreDetails

আমি ‘তৃতীয় পক্ষ’ নহয়, ‘প্ৰথম পক্ষ’হে : ৰঞ্জিত দাসক প্ৰত্যুত্তৰ প্ৰদেশ কংগ্ৰেছৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত চলি থকা আন্দোলনৰ মাজতে নলবাৰী আৰু তিনিচুকীয়াত হিংসাত্মক কাৰ্য সংঘটিত হ’ল। এই ঘটনাৰ পাছতেই...

Read moreDetails

মুখ্য মন্ত্ৰীৰ সমষ্টিত উত্তপ্ত পৰিস্থিতি, মুকলি হতাহতি কংগ্ৰেছ-বিজেপিৰ

নাগৰিকত্ব বিধেয়কসৃষ্ট উত্তপ্ত পৰিৱেশত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টি মাজুলীত শুকুৰবাৰে মুখামুখি হতাহতি লাগে বিজেপি আৰু কংগ্ৰেছ কৰ্মীৰ মাজত। গড়মূৰ...

Read moreDetails
Page 4649 of 5968 1 4,648 4,649 4,650 5,968

Stay Connected

Recent News