কাজিৰঙাত বনৰীয়া ম’হৰ আক্ৰমণত ১জন নিহত, আন ১গৰাকী গুৰুতৰভাৱে আহত

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বনৰীয়া ম'হে আক্ৰমণ কৰি মঙলবাৰে লক্ষীৰাম ঘাতোৱাল নামৰ এজন কৃষকক হত্যা কৰাৰ লগতে...

Read moreDetails

অসমত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চুপাৰি ছিণ্ডিকেট; জড়িত আছে বিজেপিৰ নেতা-বিধায়ক-মন্ত্ৰী : অখিল গগৈৰ অভিযোগ

“অসম এখন আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চুপাৰি ছিণ্ডিকেটৰ ৰাজ্যত পৰিণত হৈছে, য’ত আৰক্ষী, প্ৰশাসন আৰু মন্ত্ৰীৰ ছত্ৰছায়াত ৰাজ্যৰ কেইবাগৰাকী চুপাৰি মাফিয়াই মুক্তমনে...

Read moreDetails

লজ্জাজনক ঘটনা : গুণোৎসৱৰো প্ৰশ্নকাকত ফাদিল হয় এইখন অসমত

চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ গুণগত মান উন্নত কৰাক উদ্দেশ্য হিচাপে লৈ যোৱা বছৰ আৰম্ভ কৰা গুণোৎসৱৰ দ্বিতীয় সংস্কৰণ...

Read moreDetails

ভাৰতত নৰৱেৰ ৰাষ্ট্ৰদূত নীলচ কামচভাগে গুৱাহাটীৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰিলে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক

নৰৱেৰ ৰাষ্ট্ৰদূত নীলচ কামচভাগে কালি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গুৱাহাটীৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰি কৃষি, মীন, উদ্যান শস্য, শক্তি তথা...

Read moreDetails

১১ অক্তোবৰৰ পৰা মাজুলী-নিমাতীৰ মাজত চলিব ১০ কোটি টকীয়া ৰ’-ৰ’ জাহাজ

নদীদ্বীপ মাজুলীৰ জলপথ যোগাযোগ ব্যৱস্থা অধিক সুসংহত আৰু সুগম কৰি তোলাৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ৰাজ্য চৰকাৰে শেহতীয়াকৈ...

Read moreDetails

ডিব্ৰুগড়ত বিগ বাজাৰ শৃংখলাৰ প্ৰথমখন ষ্টোৰ উদ্বোধন

ভাৰতৰ আগশাৰীৰ হাইপাৰমাৰ্কেট ‘ফিউছাৰ মাৰ্কেট’ৰ শৃংখলা ‘বিগ বাজাৰ’ এখন ষ্টোৰ ডিব্ৰুগড়ত আৰম্ভ কৰা হ’ব। ৩৬,০০০ বৰ্গফুট এলেকাত বিগ বাজাৰৰ ষ্টোৰখন...

Read moreDetails

নগাঁৱৰ চিত্ৰশিল্পী ৰাজীৱ দাসলৈ ‘চিত্রকৃৎ বঁটা’ প্ৰদান

নগাঁৱৰ উদীয়মান চিত্ৰশিল্পী ৰাজীৱ দাসলৈ ত্ৰিপুৰাৰ এক আগশাৰীৰ সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান সংগীত নৃত্য ছ'চাইটিয়ে 'চিত্ৰকৃৎ ব‌ঁ‌টা' আগবঢ়াইছে। অলপতে আগৰতলাত...

Read moreDetails

পৃথক ‘মৰাণলেণ্ড’ৰ দাবী!! অসমত আৰম্ভ হৈছে নেকি নতুন এখন সশস্ত্ৰ সংগ্ৰামৰ?

আলফা, এন ডি এফ বি, এন এছ চি এনকে ধৰি বহুকেইটা সশস্ত্ৰ উগ্ৰপন্থী সংগঠনে হত্যা-হিংসা, ধনদাবীকে ধৰি বিভিন্ন কাৰ্যকলাপেৰে অসমক...

Read moreDetails

১০ অক্টোবৰৰ পৰা মাজুলীত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিবাহক সভা

  ১০ আৰু ১১ অক্টোবৰত মাজুলীত অনুষ্ঠিত হ’ব বিজেপিৰ কাৰ্যনিৰ্বাহক সভা। কাৰ্যনিবাহক সভাত বিভিন্ন ৰাজনৈতিক প্ৰস্তাৱ গ্ৰহণ তথা পৰিস্থিতিৰ পৰ্যালোচনাৰ...

Read moreDetails

সোৱণশিৰি চাপৰিত অচিন ৰোগত পৰি শ শ পশুধনৰ মৃত্যু

বিগত ৬ মাহত লখিমপুৰ জিলাৰ সোৱণশিৰি চাপৰিত শ শ গৰু ছাগলীৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। স্থানীয় পশু-পালকসকল এই অচিন...

Read moreDetails
Page 4651 of 5644 1 4,650 4,651 4,652 5,644

Stay Connected

Recent News