প্ৰসংগ নাগৰিকত্ব বিধেয়ক : ‘ছাত্ৰ বিক্ষোভ’ত উত্তাল হ’ল গুৱাহাটীৰ ৰাজপথ

একালৰ ছাত্ৰ নেতাসকল আজি ৰাজ্যৰ শাসনৰ গাদীত, ‘জাতি-মাটি-ভেটি’, ‘শৰাইঘাটৰ শেষ ৰণ’, ‘অসম চুক্তি আখৰে আখৰে পালন কৰা’ৰ কথা কোৱা দলটোৱে...

Read moreDetails

লখিমপুৰৰ মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সম্পন্ন

সোমবাৰে লখিমপুৰৰ মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে সম্পন্ন হৈ যায়। ইয়াৰ ভিতৰত মিচিং...

Read moreDetails

যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদত স্তব্ধ শিৱসাগৰ চহৰ; হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে ওলাই আহিল বেংগলী যুৱ ছাত্ৰ পৰিষদ

আজি শিৱসাগৰত জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত যৌথ সংগ্ৰামী মঞ্চই ৰূপায়ণ কৰা দুঘণ্টীয়া গণ হৰতাল কাৰ্য্যসূচীয়ে দুপৰীয়া সময়খিনিত সমগ্ৰ...

Read moreDetails

মুখ্য মন্ত্ৰীক অসম সাহিত্য সভা আৰু জনজাতীয় সাহিত্য সভাৰ প্ৰতিনিধি দলৰ সাক্ষাৎ

মঙলবাৰে পুৱা ৯:৩০ বজাত ড০পৰমানন্দ ৰাজবংশী আৰু কমলাকান্ত মুছাহাৰীৰ নেতৃত্বত যোৱা এটা সজাতি দলে মুখ্য মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হয়।...

Read moreDetails

কলম, কম্পিউটাৰ মাউচ এৰি ২৫ জানুৱাৰিৰ পৰা খেলপথাৰত নামিব সাংবাদিক

অহা ২৫ জানুৱাৰিৰ পৰা ২ ফেব্ৰুৱাৰিলৈ গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে নৰ্থ-ইষ্ট মিডিয়া ক্ৰিকেট চেম্পিয়নশ্বিপ ট্ৰফী ২০১৯ৰ।...

Read moreDetails

বিধেয়ক বিৰোধী আন্দোলন বিজেপিৰ বিৰুদ্ধে ষড়যন্ত্ৰ তথা অপপ্ৰচাৰ: কেন্দ্ৰীয় মন্ত্ৰী গোহাঁই

‘’বিজেপিৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ তথা অপপ্ৰচাৰ।মুষ্টিমেয় কেইটামান সংগঠনে ৰাজনৈতিক উদ্দেশ্যত ক’লা পতাকা প্ৰদৰ্শন, প্ৰতিবাদ আদি কৰি আছে। অসমৰ অসমীয়া হিন্দুৰ...

Read moreDetails

মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত এজন জোৱান

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত ২১ জানুৱাৰি সোমবাৰে নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাটোত এজন জোৱানে কৰুণভাৱে মৃত্যুক আকোৱালি ল'ব...

Read moreDetails

অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণ ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে চৰকাৰী চাকৰিৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী...

Read moreDetails

উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ; তিনিখন আসনৰ ফলাফল ঘোষণা

যোৱা ১৯ জানুৱাৰিত অনুষ্ঠিত হৈ যোৱা উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা আজি পুৱা ৮ বজাৰ পৰা...

Read moreDetails

আগৰতলাৰ পৰা গুৱাহাটী অভিমুখী ৩০ জন ৰহিঙিয়াক আটক অসম আৰক্ষীৰ

অসম-ত্ৰিপুৰা সীমান্তৰ পৰা সোমবাৰে অসম আৰক্ষীয়ে ৩০ জন ৰহিঙিয়া শৰণাৰ্থীক আটক কৰে। পুৰুষ, মহিলা আৰু শিশুকে ধৰি ৰহিঙিয়াৰ দলটোৱে আগৰতলাৰ...

Read moreDetails
Page 4677 of 5967 1 4,676 4,677 4,678 5,967

Stay Connected

Recent News