“গৌৰৱ গগৈৰ দেউতাকে কৰা ভুলৰ ক্ষমা মই কিয় খুজিম?” , ছয় জনগোষ্ঠীক জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ নিৰ্বাচনত কংগ্ৰেছক অপ্রাসংগিক বুলি কয়। তেওঁ কয় যে  প্ৰকৃত প্রতিদ্বন্দ্বিতা হ’ব বিপিএফ,...

Read moreDetails

আহি আছে নৰেন্দ্ৰ মোদী : অসম আৰু মণিপুৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোদীয়ে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব। ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে মিজোৰাম...

Read moreDetails

অসমৰ ছয় জনগোষ্ঠীক চৰম প্ৰবঞ্চনা কৰিছে বিজেপি চৰকাৰে : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি সমৰ্থন চিপিআই(এম)ৰ

অসমৰ ছটা জনগোষ্ঠী ---- তাই-আহোম, মৰাণ, মটক, চুতীয়া,চাহ জনগোষ্ঠী -আদিবাসী আৰু কোঁচ -ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত অসমত দীৰ্ঘদিন ধৰি আন্দোলন সংগঠিত...

Read moreDetails

বোকাখাতত আৰক্ষীৰ চকুত ধূলি দি দিনদুপৰতে চোৰে লুটি নিলে তিনি লক্ষাধিক মুল্যৰ সোণৰ গহণা আৰু নগদ ধন

বোকাখাতত দিনক দিনে বৃদ্ধি পাইছে চুৰি কাৰ্যৰ ঘটনা।বোকাখাত সমজিলাৰ বিভিন্ন অঞ্চলত ক্ৰমাগত ভাৱে বৃদ্ধি পোৱা চুৰিকাণ্ডৰ ঘটনাক লৈ উদ্দেগ প্ৰকাশ...

Read moreDetails

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোক সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰৰ অপৰাধত ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে দেশখনৰ উচ্চতম ন্যায়ালয়ে।...

Read moreDetails

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

ৰাজনৈতিক পক্ষপাতিত্ব, চৰকাৰী আজ্ঞাধাৰী, চাৰ্জশ্বীটৰ লগত দাবীৰ অমিল, দীঘলীয়া তদন্ত - কেন্দ্ৰীয় সংস্থাসমূহৰ বিৰুদ্ধে বাৰে বাৰে এনে অভিযোগ উত্থাপন হৈ...

Read moreDetails

চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

মুম্বাইৰ চলন্ত লোকেল ট্ৰেইনৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত অভিনেত্ৰী কৰিশ্মা শৰ্মা বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। বুধবাৰে সংঘটিত এই ঘটনাৰ...

Read moreDetails

ছিকিমত ভয়াবহ ভূমিস্খলন, বৰ্তমানলৈ ৪টা মৃতদেহ উদ্ধাৰ; বিপদত পৰ্যটক, পৰিস্থিতি কি?

শাৰদীয় বতৰত ছিকিমলৈ যাব খোজা পৰ্যটকৰ বাবে বেয়া খবৰ। এই পাহাৰীয়া পৰ্যটনস্থলীৰ এটা অংশ পুনৰ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। পশ্চিম...

Read moreDetails

ছিপাঝাৰ নাৰিকলিত নৃশংসভাৱে হত্যা একেটা পৰিয়ালৰে তিনিজন সদস্যক; অব্যাহত আছে তদন্ত

দৰং জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত নাৰিকলিত এটা পৰিয়ালৰ তিনিজন সদস্যক ৰহস্যজনক পৰিস্থিতিত নিজৰ ঘৰতে মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি...

Read moreDetails

ইলন মাস্কক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ধনী অৰেকলৰ সহ-প্ৰতিষ্ঠাতা; কিমান টকাৰ সম্পত্তিৰ মালিক?

প্ৰথমবাৰৰ বাবে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ আসনত বহিবলৈ ওলাইছে অৰেকলৰ সহ-প্ৰতিষ্ঠাপক লেৰী এলিছন। তেওঁ ইলন মাস্কক অতিক্ৰম কৰি শীৰ্ষস্থান দখল...

Read moreDetails
Page 5 of 5642 1 4 5 6 5,642

Stay Connected

Recent News