বতাহত যুদ্ধৰ গোন্ধ! পেহেলগাম আক্ৰমণৰ পিছত সেনা বাহিনীৰ মুৰব্বীৰ সৈতে বৈঠকত ৰাজনাথ সিং

পেহেলগাম আক্ৰমণত পাকিস্তানৰ সমৰ্থনৰ বিষয়টো ক্ৰমান্বয়ে ঘণীভূত হৈ পৰাৰ লগে লগে বতাহত যুদ্ধৰ গোন্ধ ভাহি ফুৰিছে! বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ...

Read moreDetails

পাকিস্তান সেনাৰ সহায়ত পেহেলগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ড লস্কৰৰ ছইফুল্লাহ! চাৰি সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ

পেহেলগামত আক্ৰমণ কৰা চাৰিজন সন্ত্ৰাসবাদীৰ ফটো প্ৰকাশ পাইছে। ইয়াৰে দুজন পাকিস্তানী। বাকী দুজন কাশ্মীৰৰ বুলি জানিব পৰা গৈছে। আক্ৰমণকাৰী কেইজন...

Read moreDetails

জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বাবে স্থগিত ৰাষ্ট্ৰপতি মুৰ্মুৰ দুদিনীয়া অসম ভ্ৰমণ

জম্মু-কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ২৪ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া দুদিনীয়া অসম ভ্ৰমণ স্থগিত ৰাখিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। দুটা চৰকাৰী...

Read moreDetails

উত্তৰ পূব সীমান্ত ৰেলৱেৰ দ্বাৰা পোন প্ৰথমবাৰৰ বাবে কামাখ্যা ৰেল ষ্টেচনত ড্ৰোন-আধাৰিত পৰীক্ষামূলক পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান

ৰে'লৰ ডবা আৰু ৰে'ল ষ্টেচনৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰাৰ দিশত এক অগ্ৰণী পদক্ষেপ হিচাপে উত্তৰ-পূব সীমান্ত ৰে'লৱেই কামাখ্যা ৰে'ল ষ্টেচনত পোন...

Read moreDetails

বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় কৌতুক অভিনেতা ‘বসুদা’ ওৰফে ফেইলাও বসুমতাৰী আৰু নাই

মঙলবাৰে নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় জনপ্ৰিয় শিল্পীগৰাকীৰ। অসমৰ সকলোতকৈ বেছিদিন ধৰি চলি অহা টেলিভিশ্যন ধাৰাবাহিক...

Read moreDetails

জিলিকি উঠিছে অসমৰ প্ৰতিভা: ৱেভছৰ ‘ক্ৰিয়েট ইন ইণ্ডিয়া’ ত ‘ৰিজ’নেটঃ দ্য ইডিএম চেলেঞ্জ’ ৰ বাবে শীৰ্ষ ১০ গৰাকী চূড়ান্ত প্ৰাৰ্থীৰ ভিতৰত অসমৰ তিনিগৰাকী

ৰাজ্যখনৰ তিনিগৰাকী শিল্পী-আদিত্য উপাধ্যায় (গুৱাহাটী), দিব্যজিৎ ৰায় (বঙ্গাইগাঁও) আৰু নৱজ্যোতি বৰুৱা (লক্ষীমপুৰ) ই অসমৰ স্পন্দনশীল ইলেক্ট্ৰনিক সংগীতৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত...

Read moreDetails

নিৰ্বাচন আয়োগৰ ভোটদান প্ৰক্ৰিয়াই ভোটাৰৰ গোপনীয়তা ভংগ কৰিব : চি পি আই(এম)

আসন্ন পঞ্চায়ত নিৰ্বাচন উপলক্ষে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰি উলিওৱা প্ৰিজাইডিং বিষয়াৰ হাতপুথিত উল্লেখিত নিৰ্দেশাৱলীৰ ১০ নং দফাত উল্লেখ...

Read moreDetails

মহিলা ডকাইতৰ সন্ত্ৰাস : অকলশৰীয়া বৃদ্ধাক নিৰ্মমভাবে আক্ৰমণ

দেওবাৰে সন্ধিয়া তেজপুৰৰ সমীপৱৰ্তী দিপটাত দুগৰাকী বৃদ্ধাক আক্ৰমণ কৰে দুৰ্বিত্তই। জানিব পৰা মতে, দুগৰাকী অচিনাক্ত যুৱতীয়ে দৰ্শনাৰ্থীৰ ৰূপ লৈ ভুক্তভোগীৰ...

Read moreDetails

দোষী সাব্যস্ত হোৱা অভিযুক্তৰ ন্যায়াধীশক ভাবুকি-‘আপুনি কোন? বাহিৰত দেখা কৰক, চাওঁ কেনেকৈ বাচি যায়’!

দোষী সাব্যস্ত হোৱাৰ পিছতে দিল্লীৰ আদালতৰ কক্ষত অভিযুক্ত আৰু তেওঁৰ অধিবক্তাই এগৰাকী মহিলা ন্যায়াধীশক ভাবুকি দিয়ে। অভিযুক্তই মহিলা ন্যায়াধীশক উদ্দেশ্যি...

Read moreDetails

গুৱাহাটী উচ্চ ন্যায়ালয়ত বোমাতংক! বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিৰে ইমেইল প্ৰেৰণ

অচিনাক্ত একাউণ্টৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্ৰেৰণ কৰা এখন ইমেইলে আতংকৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি ইমেইলত উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই...

Read moreDetails
Page 510 of 5989 1 … 509 510 511 … 5,989

Stay Connected

Recent News