ব্ৰহ্মপুত্ৰ আৰু সোৱনশিৰি নদীৰ বাঢ়নি পানীত প্লাৱিত হ’ল নামনি মাজুলীৰ বিস্তীৰ্ণ অঞ্চল। মাজুলী জলসম্পদ বিভাগে নামনি মাজুলীৰ গুৱালগাঁও-কাকৰিতা মথাউৰিত দুখন...
Read moreDetailsআলফা নেতা পৰেশ বৰুৱাৰ ঘনিষ্ঠ তথা পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকন নিৰুদ্দিষ্ট হোৱাৰ আঢ়ৈ মাহৰো অধিক দিন পাৰ...
Read moreDetailsবৰ্তমান আতংকৰ সৃষ্টি কৰা নিপা ভাইৰাছক কেন্দ্ৰ কৰি ধুবুৰীত তীব্ৰ চাঞ্চল্যৰ সূচনা হৈছে। ইণ্ডিয়ান জাৰ্নেল অব মেডিকেল ৰিচাৰ্ছৰ অলপতে প্ৰকাশ...
Read moreDetailsৰাজ্যখনৰ কোচ-ৰাজবংশীসকলক জনজাতিকৰণ সন্দৰ্ভত চৰকাৰে আমন্ত্ৰণ জনোৱা আলোচনাত আক্ৰাছুৱে অংশ নলয়। আক্ৰাছুৰ বঙাইগাঁও জিলা কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত শুকুৰবাৰে সংগঠনটোৱে...
Read moreDetailsভাৰতীয় সংবিধানে অনুসূচিত জাতি-জনজাতিসকলক যি সুবিধা দিছে তাক উলংঘা কৰি উত্তৰ-পূব ৰেইলৱেত অসাংবিধানিকভাৱে নিযুক্তি পক্ৰিয়া চলি আছে। আজি গুৱাহাটী প্ৰেছ ক্লাৱত এই অভিযোগ আনে...
Read moreDetailsবিলাসী জীৱন যাপনৰ অংগ হৈ পৰা স্পাবিলাকৰ কামকাজৰ ওপৰত যোৱা কিছু দিন ধৰি শেনচকু ৰাখিছে অসম আৰক্ষীয়ে। যোৱা ৭ জুনত...
Read moreDetailsআজি যোৰহাট মেডিকেল কলেজত নাৰ্ছ সকলে কৰ্মবিৰতিৰে কৰা প্ৰতিবাদৰ মাজতে এজন ৰোগীয়ে অক্সিজেনৰ অভাৱত মৃত্যুক আঁকোৱালি লয়। নাৰ্ছসকলৰ অৱহেলাৰ বাবেই...
Read moreDetails“এইটো সত্য যে বহুতো চাহ শ্ৰমিকে এতিয়ালৈকে মাটিৰ পট্টা পোৱা নাই। মাটিৰ পট্টা নোপোৱা বাবে তেওঁলোকৰ বহু অসুবিধা হৈছে, এই...
Read moreDetailsবাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং শুৱাগপুৰ ডাইমণ্ড ক্লাবৰ উদ্যোগত স্থানীয় প্ৰাথমিক বিদ্যালয়ত আজি কনকলতা মহিলা...
Read moreDetailsৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কামত নিয়োজিত হৈ আছে অবৈধ বাংলাদেশী মুছলমান। এই বিস্ফোৰক অভিযোগ বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেবৰ। এন আৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd