বিধেয়ক গৃহীত কৰাৰ ক্ষেত্ৰত জে পি চিৰ শাসকীয় দলৰ সদস্যই বিশেষ ভূমিকা ল’ব : ভুৱনেশ্বৰ কলিতা

‘যুটীয়া সংসদীয় কমিটিৰ অধিকাংশ সদস্যই শাসক দলৰ। তেখেতসকলে যদি এই বিধেয়কখন গৃহীত কৰিব খোজে তেন্তে তেওঁলোকে এইক্ষেত্ৰত পাৰিব, কাৰণ তেওঁলোকৰ...

Read moreDetails

তিনিচুকীয়াৰ পেঙেৰিত ১.৩ কিলো ড্ৰাগছ সহ এজনক আটক

তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত দীৰ্ঘদিনৰ পৰা ব্যাপক হাৰত ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত আছে। জিলাখনৰ পেঙেৰী আৰক্ষীয়ে আজি পেঙেৰী থানাৰ সন্মুখত এখন যাত্ৰীবাহী বাছত...

Read moreDetails

নৱ প্ৰজন্মই জাতীয় ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি ভৱিষ্যতৰ বাবে আগুৱাই যাব লাগিব : মুখ্যমন্ত্ৰী সোণোৱাল

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত সোণাপুৰ মিনি ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱসৰ আয়োজন কৰা...

Read moreDetails

‘অপাৰে’শ্যন দালাল’ত হিমন্ত বিশ্ব শৰ্মা : এ বি পি নিউজৰ অভিযানত নাম ওলাল অসমৰ ক্ষমতাশালী মন্ত্ৰীৰ

ৰাষ্ট্ৰীয় সংবাদমাধ্যম এ বি পি নিউজে প্ৰচাৰ কৰা ‘অপাৰে’শ্যন দালাল’ত অসমৰ ক্ষমতাশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম ওলোৱাটোৱে তীব্ৰ...

Read moreDetails

হোজাইৰ ডবকাত পুখুৰীত পৰি দুই যমজ শিশুৰ সলিল সমাধি

হোজাই জিলাৰ ডবকাৰ অন্তৰ্গত পশ্চিম জাৰুনিত সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত আজি দুটি কন্যা শিশুৰ পুখুৰীত পৰি সলিল সমাধি ঘটে। নিহত...

Read moreDetails

ধৰ্মীয় যোগসূত্ৰতাৰ বাবে ‘শ্বহীদ’ শব্দ ত্যাগ আলফা (স্বাঃ)ৰ; অসমৰ জনগোষ্ঠীয় কথনৰ অধিক অৰ্থব্যঞ্জক শব্দৰ সন্ধান

আলফা (স্বাধীন)ৰ হৈ ৰণত পৰাসকলৰ ক্ষেত্ৰত ‘শ্বহীদ’ অভিধা আৰু ব্যৱহাৰ নকৰে সংগঠনটোৱে। ‘শ্বহীদ’ৰ সলনি অসমৰ থলুৱা জনগোষ্ঠীৰ কথনত থকা অধিক...

Read moreDetails

মান্দাৰদিচা থ্ৰি এল পি স্কুলত কলাগুৰু বিষ্ণু ৰাভা দিৱস উদযাপন

সমগ্র ৰাজ্যৰ লগত সংগতি ৰাখি পাৰ্বত্য ডিমা হাচাও জিলাতো কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ মত্যু দিৱস ৰাভা দিৱস হিচাপে উদযাপিত হয়। ৰাভা...

Read moreDetails

কলিয়াবৰত আৱকাৰী বিভাগে জব্দ কৰে অৰুণাচলী সুৰাভৰ্তি ট্ৰাক

মঙলবাৰে নিশা কলিয়াবৰত এখন অৰুণাচলী সুৰাভৰ্তি ট্ৰাক জব্দ কৰা হয়। কলিয়াবৰ আৱকাৰী বিভাগে জব্দ কৰা এন এল ০৩ এ-৬১১১ নম্বৰৰ ট্ৰাকখনৰ পৰা...

Read moreDetails

নগাওঁ পুৰণিগুদামত ভয়ংকৰ দুৰ্ঘটনাত পতিত সেনাৰ গাড়ী

নগাওঁ জিলাৰ পুৰণিগুদামত বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক গুৰুতৰ দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ গোৰ্খা...

Read moreDetails

১৯ খন পাপমোচন কেন্দ্ৰ নিৰ্মাণ কৰাৰ আগেয়ে স্বাস্থ্য বিভাগে দূৰ কৰক কেঞ্চাৰৰূপী ভুৱা নিযুক্তি : দুৰ্নীতি বিৰোধী যুৱ শক্তি

‘’পূৰ্বে স্বাস্থ্যবিভাগৰ কেঞ্চাৰৰূপী ভূৱা নিযুক্তি দূৰ কৰক, তাৰ পিছত ১৯ খন পাপ মোচন কেন্দ্ৰ অৰ্থ্যাৎ কেন্সাৰ হস্পিতাল নিৰ্মাণ কৰক।‘’ কিছুদিন...

Read moreDetails
Page 5335 of 5950 1 5,334 5,335 5,336 5,950

Stay Connected

Recent News