সোপাধৰাৰ উৰাবাতৰিঃ ডকমকাত উন্মত্ত লোকৰ জিঘাংসাৰ বলি দুই অসমীয়া যুৱক

বিগত কেইবাদিনো ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত সোপাধৰাৰ উৰা বাতৰিয়ে আতংকৰ সৃষ্টি কৰি থকাৰ মাজতে শুকুৰবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ডকমকাত...

Read moreDetails

অপহৃত যুৱকৰ সন্ধানৰ দাবীত বৰপেটাৰ কদমগুৰিত পথ অৱৰোধ

অপহৃত যুৱকৰ সন্ধানৰ দাবীত বৰপেটা হাউলী পথৰ কদমগুৰিত আজি দিনৰ ১০-৩০বজাৰ পৰা পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷ উল্লেখ্য যে...

Read moreDetails

এনআৰচিৰ পাৰ্শ্বক্ৰিয়াঃ দাৰুল উলুম মাদ্ৰাছাত নামভৰ্তিৰ বাবে লাগিব লিগেচীৰ তথ্য

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এনআৰচিক লৈ ৰাজ্যৰ চৌদিশে বিভিন্ন বাতৰি- উৰাবাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে এখন মাদ্ৰাজাই গ্ৰহণ কৰা স্থিতিক লৈ...

Read moreDetails

মাৰ্ঘেৰিটাত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জলা-কলা খুৱাইছে ৰাইজক : তীব্ৰ আন্দোলনৰ হুংকাৰ দল-সংগঠনৰ

তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাৰ চহৰৰ মাজেদি পাৰ হৈ যোৱা ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাই জনসাধাৰণক জলা-কলা খুৱাইছে। দীৰ্ঘদিন...

Read moreDetails

অসমৰ বিশ্ববিদ্যালয়সমূহৰ অনা-শিক্ষক কৰ্মচাৰীৰ দৰমহা বৃদ্ধিত ৰাজ্যপালৰ সন্মতি

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শুকুৰবাৰে অসমৰ বিশ্ববিদ্যালয়সমূহৰ অনা-শিক্ষক কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ বাবে সাধাৰণ দৰমহা সমিতিৰ প্ৰতিৱেদন, ২০১৭ত (...

Read moreDetails

ব্যতিক্ৰমী ৰূপত আয়োজিত হ’ব কামাখ্যাত অম্বুবাচীৰ উদ্বোধনী অনুষ্ঠান

অহা ২২ জুনৰ পৰা কামাখ্যাত আৰম্ভ হ’ব অম্বুবাচী মেলা। মেলাৰ বাবে এতিয়া কামাখ্যা ধামত  ব্যাপক প্ৰস্তুতি চলিছে। শক্তিপীঠ কামাখ্যাৰ মন্দিৰৰ...

Read moreDetails

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল ডিফু চহৰ

নাগৰিকত্ব (সংশোধনী) বিধেয়কৰ বিপক্ষে অসমৰ সৰ্বত্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে । শেহতীয়াভাৱে কাৰ্বি আংলং জিলাৰ ডিফু চহৰতো দেখা গ’ল গণ প্ৰতিবাদৰ...

Read moreDetails

চৰকাৰী আঁচনিৰ ৰূপায়ন প্ৰক্ৰিয়াৰ ওপৰত সংবাদ মাধ্যমে চোকা দৃষ্টি ৰাখিব লাগিব : মুখ্যমন্ত্ৰী

’প্ৰকৃত গণতান্ত্ৰিক সমাজ ব্যৱস্থা এটা গঢ়ি তোলাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা অপৰিসীম। সংবাদ মাধ্যমে সংবাদ পৰিৱেশনেৰে সমাজ জীৱনত সমন্বয়ৰ  ধাৰা...

Read moreDetails

বাইহাটাত ভুৱা তথ্যৰে তিনিগৰাকী মহিলাৰ এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ প্ৰচেষ্টা ফাদিল

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ ইচাৰকেম্পত তিনিগৰাকী মহিলাৰ বিৰুদ্ধে জালিয়াতিৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব...

Read moreDetails

এন আৰ চিৰ চূড়ান্ত খচৰা : নলবাৰীত আৰক্ষী, সেনা, অৰ্ধসামৰিক বাহিনীৰ বৈঠকত ডিজিপি

অহা ৩০ জুনত নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ দিন চমু চাপি অহাৰ লগে লগে আইন শৃংখলাজনিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে তৎপৰ হৈ...

Read moreDetails
Page 5375 of 5947 1 5,374 5,375 5,376 5,947

Stay Connected

Recent News