পাঁচটা বিষয়ত লেটাৰ সহ ডিষ্টিংছন : দৰিদ্ৰতাক নেওচি উজলিল ৰাইদঙীয়াৰ কৰিশ্মা

শিক্ষা আহৰণৰ ক্ষেত্ৰত দৈন্যতা যে কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তাক পুনৰ এবাৰ প্ৰমাণ কৰিলে নগাঁও জিলাৰ ৰাইদঙীয়াৰ এগৰাকী ছাত্ৰীয়ে। অভাৱক...

Read moreDetails

কেন্দ্ৰ- ৰাজ্য চৰকাৰক ১৪ দিনৰ ভিতৰত ৰেৱতী ফুকনৰ স্থিতি জনোৱাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিগত প্ৰায় এমাহৰো অধিক কাল সন্ধানহীন হৈ থকা পি চি জিৰ অন্যতম সদস্য ৰেৱতী ফুকনৰ স্থিতি অহা ১৪ দিনৰ ভিতৰত...

Read moreDetails

আমেৰিকাৰ বিশ্ববিদ্যালয়ত শিক্ষা আৰম্ভ কৰা উত্তৰ- পূব ভাৰতৰ শিক্ষাৰ্থীৰ বাবে ‘ফাছ’ৰ স্বাগতম পেকেজ

পূৰ্বৰ দৰে এইবাৰো আমেৰিকাত পঢ়ি থকা উত্তৰ- পূব ভাৰতৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ফাছে (FASS) ʼ২০১৮ চনৰ স্বাগতম পেকেজʼ (Welcome Package) ঘোষণা কৰিছে। ফাছ (FASS)...

Read moreDetails

মৰণত শৰণ দি বিদ্যালয়লৈ বিদ্যাৰ্থী : মাজুলীত আজিও উত্তৰণ নঘটিল বিচ্ছিন্ন যাতায়াত ব্যৱস্থাৰ

পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনৰ গাদীলৈ অহা চৰকাৰখনৰ কৰ্ম কাণ্ডত ক্ৰমাৎ মোহভংগ ঘটিছে খোদ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ মাজুলীৰ ৰাইজৰ। স্বাস্থ্য, চিকিৎসা, যাতায়াত...

Read moreDetails

কাছাৰ-নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত ৩ জুনত প্ৰতিবাদী সভা

কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত পুনৰ এবাৰ প্ৰতিবাদত নমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কাগজকলৰ কৰ্মচাৰীসকল। কেন্দ্ৰ আৰু ৰাজ্য...

Read moreDetails

ভাষ্য দিবলৈ চিবিআইয়ে মোক হেচা দিয়া নাছিল : ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিব কাজল শৰ্মা

শ্বীনা বৰা হত্যাকাণ্ডৰ আন এক নতুন দিশ আদালতত উন্মোচিত হৈছে। প্ৰতিপক্ষৰ অধিবক্তাই দাবী কৰিছিল যে ইন্দ্ৰাণী মুখাৰ্জীৰ পূৰ্বৰ সচিব কাজল...

Read moreDetails

বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ত ছাত্ৰীৰ বাবে আয়োজিত স্বাস্থ্য সজাগতা অনুষ্ঠান সম্পন্ন

বোকাখাতৰ জে.ডি.এচ.জি. মহাবিদ্যালয়ৰ মহিলা কোষৰ উদ্যোগত যোৱা ২৯ মে'ত  ছাত্রীসকলৰ বাবে এটি বিশেষ স্বাস্থ্য সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যক্ষ...

Read moreDetails

বটদ্ৰৱাৰ হাইডুবীত ভূমি বিবাদক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতি : আৰক্ষী আৰু স্থানীয় ৰাইজৰ মাজত খণ্ড যুদ্ধ

নগাঁও জিলাৰ বটদ্ৰৱাৰ হাইডুবীত বৃহস্পতিবাৰে ভূমি বিবাদক কেন্দ্র কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ভূমি বিবাদক কেন্দ্ৰ কৰিয়েই স্থানীয় ৰাইজ...

Read moreDetails

আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত কঁঠালগুৰি উঃ মাঃ বনাম ছেইণ্ট জেভিয়াৰ্ছ

দুলীয়াজান ফুটবল একাডেমিৰ উদ্যোগত আৰু অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত দুলীয়াজান নেহৰু ময়দান খেলপথাৰত অনুষ্ঠিত হৈ থকা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ মিনি জুনিয়ৰ শাখাৰ...

Read moreDetails

উন্মত্ত জনতাৰ হিংসাত্মক কাৰ্যৰ পিছত শ্বিলঙত সান্ধ্য আইন জাৰি

মেঘালয়ৰ শ্বিলং চহৰত সান্ধ্য আইন বলবৎ কৰা হৈছে। বৃহস্পতিবাৰে নিশা ৰাজধানী চহৰখনৰ মটফ্ৰান অঞ্চলত এদল উত্তেজিত জনতা আৰু আৰক্ষীৰ মাজত...

Read moreDetails
Page 5404 of 5947 1 5,403 5,404 5,405 5,947

Stay Connected

Recent News